ETV Bharat / state

শিক্ষা জীৱনৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত ছাত্ৰ ফেডাৰেছনৰ

মঙলবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ফেডাৰেছনৰ একাংশ কৰ্মকৰ্তাই ৷ শিক্ষা জীৱনৰ অধিকাৰ বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে । লগতে জিলা উপায়ুক্তৰ যোগেদি শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে শিক্ষামন্ত্ৰীলৈ ৷

author img

By

Published : Aug 19, 2020, 10:00 AM IST

যোৰহাট
শিক্ষা জীৱনৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত ছাত্ৰ ফেডাৰেছনৰ

যোৰহাট, 19 আগষ্টঃ কৰ'ণা সংক্ৰমণৰ বাবেই এতিয়া ধ্বংসৰ দিশত শিক্ষা জীৱন । ৰাজ্যখনত এতিয়া অৰ্ধ লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে হেৰুৱা লাগিব শিক্ষাবৰ্ষ । কাৰণ ৰাজ্য বিভিন্ন মহাবিদ্যালয়ত নাই পৰ্যাপ্ত আসন । কিন্তু ইয়াৰ পাচতো শিক্ষা বিভাগে এই ক্ষেত্ৰত দিয়া নাই বিশেষ গুৰুত্ব । যাৰ বাবে মঙলবাৰে যোৰহাটত শিক্ষা জীৱনৰ অধিকাৰ বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে । ভাৰতৰ ছাত্ৰ ফেডাৰেছন একাংশ কৰ্মকৰ্তাই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে আসন নিশ্চিত কৰা, AHSEC ৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক মেৰিট লিষ্ট তৈয়াৰ কৰি আসন সংৰক্ষণ কৰা, চূড়ান্ত ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ সলনি প্ৰজেক্ট, এচাইনমেন্ট আদি বিকল্প ব্যৱস্থাৰ ভিত্তিত মূল্যায়ন কৰা, পৰীক্ষাৰ মাচুল সংগ্ৰহ কৰা বন্ধ কৰা, সংগৃহিত মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা আৰু NEP 2020 বৰ্জন কৰাকে ধৰি বিভিন্ন দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ । আনহাতে, প্ৰতিবাদৰ অন্তত ছাত্ৰ ফেডাৰেছন সংগঠনটোৱে জিলা উপায়ুক্তৰ যোগেদি শিক্ষামন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে ৷

আৰু পঢ়কঃ অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰঃ অশ্বিনী পাইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.