ETV Bharat / state

যোৰহাটত পুনৰ 7 গৰাকী কৰ'ণা ৰোগীক অব্যাহতি

সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনৰ 7 গৰাকী কৰ'ণা ৰোগীক অব্যাহতি দিয়া হয় ৷ সকলো স্বাস্থ্য কৰ্মী তথা প্ৰশাসনৰ লোকক ধন্যবাদ জনাই ৰোগী কেই গৰাকীয়ে ৷

author img

By

Published : Jun 1, 2020, 8:57 PM IST

seven more corona patient discharge in jorhat medical college
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনৰ 7 গৰাকী কৰ'ণা ৰোগীক অব্যাহতি

যোৰহাট, 1 জুন : যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনৰ 7 গৰাকী কৰ'ণা ৰোগীক অব্যাহতি দিয়া হয় ৷ অব্যাহতি দিয়া আটাইকেই গৰাকী ৰোগী গোলাঘাটৰ বুলি জানিব পৰা গৈছে ৷ ৰোগী কেইগৰাকীয়ে জনোৱা অনুসৰি, চিকিৎসালয়খনৰ চিকিৎসাত অতিশয় সুখী তেওঁলোকক ৷ চিকিৎসালয়খনৰ স্বাস্থ্যকৰ্মীৰ নেৰানেপেৰা প্ৰচেষ্টাত ৰোগী কেইজন আৰোগ্য হৈ উঠা বুলি মন্তব্য প্ৰদান কৰে ৷

আনহাতে, যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপাৰন্জী কৰাটীয়ে ৰোগী কেইগৰাকীক সাদৰ সম্ভাষণৰ জৰিয়তে বিদায় দিয়ে ৷ ৰোগী কেই গৰাকীৰ আত্মবিশ্বাসৰ বাবে জিলা উপায়ুক্ত গৰাকীয়ে সকলো ৰোগীক ধন্যবাদ জ্ঞাপন কৰে ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই সকলো লোককে স্বাস্থ্য বিভাগৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই ৷

লগতে পঢ়ক : কিশোৰীৰ মৃত্যুক লৈ তিতাবৰত চাঞ্চল্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.