ETV Bharat / state

টীয়কত পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : May 19, 2019, 8:19 PM IST

যোৰহাট অভিমুখী W B 93 1610 নম্বৰৰ এখন ট্ৰাক আৰু AS 03 W 8663 নম্বৰৰ স্কুটীৰ সংঘৰ্ষত স্কুটি আৰোহী পাৰ্থ প্ৰতিম দাসৰ থিতাতে মৃত্যু হয় আৰু আদিত্য হাজৰিকা নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় । নিহত পাৰ্থৰ ঘৰ টীয়ক তেলীয়া গাঁৱত।

TEOK

টীয়ক , 19 মে' : টীয়ক নৈৰ দলঙৰ সমীপত দেওবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি এজন যুৱক গুৰুতৰভাৱে আহত হয়।

টীয়কত পথ দুৰ্ঘটনা

যোৰহাট অভিমুখী W B 93 1610 নম্বৰৰ এখন ট্ৰাক আৰু AS 03 W 8663 নম্বৰৰ স্কুটীৰ সংঘৰ্ষত স্কুটি আৰোহী পাৰ্থ প্ৰতিম দাসৰ থিতাতে মৃত্যু হয় আৰু আদিত্য হাজৰিকা নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় । নিহত পাৰ্থৰ ঘৰ টীয়ক তেলীয়া গাঁৱত। ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

Intro:Body:টীয়কত পথ দুৰ্ঘটনা/নিহত ১
TEOK:টীয়ক নদীৰ দলংৰ সমীপত দেওবাৰে বিয়লি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি এজন যুৱক গুৰুতৰ ভাৱে আহত হয়। যোৰহাট অভিমুখী ট্ৰাক আৰু স্কুটিৰ সংঘৰ্ষত স্কটি আৰোহী পাৰ্থ প্ৰতিম দাসৰ থিতাতে মৃত্যু হয় আৰু আদিত্য হাজৰিকা গুৰুতৰ ভাবে আহত ।দুৰ্ঘটনাত পতিত ট্ৰাকৰ নম্বৰ W B 93 1610 আৰু স্কুটিখনৰ নম্বৰ A S O3 W 8663 ।নিহত পাৰ্থৰ ঘৰ টীয়ক তেলীয়া গাঁৱত। ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণতাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.