ETV Bharat / state

গণৰাজ্য দিৱস উপলক্ষে বৰলুইতত নদী আৰক্ষীৰ অভিযান - বৰলুইতত অভিযান

গুৱাহাটীত আগন্তুক গণতন্ত্ৰ দিৱস উপলক্ষে আৰক্ষী-প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷ শেহতীয়াকৈ বৰলুইতত অভিযান চলাই নদী আৰক্ষীয়ে ৷

river police operation at Brahmaputra
গণৰাজ্য দিৱস উপলক্ষে বৰলুইতত নদী আৰক্ষীৰ অভিযান
author img

By

Published : Jan 23, 2020, 3:28 PM IST

গুৱাহাটী,23 জানুৱাৰীঃ গণৰাজ্য দিৱসলৈ মাজত মাথো দুটা দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি। গণতন্ত্ৰ দিৱস উপলক্ষে আৰক্ষী-প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী। কোনো কূটাঘাতকাৰীয়ে যাতে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ উঠিছে আৰক্ষী প্ৰশাসন। বৃহস্পতিবাৰে বৰলুইতত অভিযান চলাই নদী আৰক্ষীয়ে। মহানগৰীৰ পাণ্ডু-কামাখ্যা,উত্তৰ গুৱাহাটী আদি নদী ঘাটসমূহত এই অভিযান চলাই নদী আৰক্ষীয়ে। উল্লেখ্য যে,নদী আৰক্ষীয়ে এনেদৰে অভিযান চলাই আছে ২২ তাৰিখৰ পৰা।

গণৰাজ্য দিৱস উপলক্ষে বৰলুইতত নদী আৰক্ষীৰ অভিযান

লগতে পঢ়কঃ চন্দ্ৰগুপ্ত মৌৰ্যৰ ওপৰত ছবি নিৰ্মাণ কৰিব বিচাৰোঃ কংগনা ৰাণাৱত

Intro:গণৰাজ্য দিৱসলৈ মাজত মাথো দুটা দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি। গণতন্ত্ৰ দিৱস উপলক্ষে আৰক্ষী-প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী। কোনো কূটাঘাতকাৰীয়ে যাতে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম সকলো বিভাগ। বৃহস্পতিবাৰে বৰলুইতত অভিযান চলাই নদী আৰক্ষীয়ে। মহানগৰীৰ পাণ্ডু-কামাখ্যা, উত্তৰ গুৱাহাটী আদি নদী ঘাটসমূহত চলোৱা হয় এই অভিযান। যোৱা ২২ তাৰিখৰ পৰায়ে নদী আৰক্ষীয়ে এনেদৰে অভিযান চলাই আছে।

Body:Guwahati

Conclusion:Hirul haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.