ETV Bharat / state

আৰক্ষীৰ তালাচীত তিতাবৰ আৰু বোকাজানত জব্দ গঁড়ৰ খৰ্গ - Rhino Horn seized at Titabar

আৰক্ষীৰ তালাচীত বোকাজানত চোৰাং গঁড় খৰ্গসহ আটক এজন । ইফালে তিতাবৰ খৰিকটিয়াৰ পৰাও উদ্ধাৰ ৬০০ গ্ৰাম ওজনৰ গঁড়ৰ খৰ্গ ৷

Rhino Horn seized at Titabar and Bokajan
আৰক্ষীৰ তালাচীত তিতাবৰ আৰু বোকাজানত জব্দ গঁড়ৰ খৰ্গ
author img

By

Published : Feb 5, 2020, 8:30 PM IST

ডিফু, 5 ফেব্ৰুৱাৰীঃ বোকাজানত আৰক্ষীৰ তৎপৰতাত আটক কৰা হয় আপুৰুগীয়া এশিঙিয়া গঁড়ৰ খৰ্গসহ এজন লোকক ৷ প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে বোকাজান থানাৰ অন্তৰ্গত অমৰাজান অঞ্চলত বোকাজান মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগু আৰু বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত তালাচী চলি থকা অৱস্থাত চোৰাং গঁড় খৰ্গসহ আটক কৰা হয় এজনক ।

বোকাজানত জব্দ গঁড়ৰ খৰ্গ

এখন WB 20 R 3400 নম্বৰৰ মটৰ চাইকেলেৰে ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত তালাচীত ধৰা পৰিছিল লাল খমাং কিপজেন । সম্প্ৰতি লাল খমাং কিপজেনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ অনুসৰি খৰ্গটো বেছি পুৰণি নহয় বুলি জানিবলৈ দিয়ে । বোকাজান আৰক্ষীৰ এই সফলতাত ৰাইজে শলাগ লৈছে ৷

তিতাবৰত জব্দ গঁড়ৰ খৰ্গ

তিতাবৰঃ তিতাবৰ আৰক্ষী বৃহৎ সফলতা ৷ তিতাবৰ খৰিকটীয়াৰ পৰা উদ্ধাৰ ৬০০ গ্ৰাম ওজনৰ গঁড়ৰ খৰ্গ ৷ এখন নম্বৰবিহীন activa 5G স্কুটিৰ ভিতৰত আনিছিল গঁড়ৰ খৰ্গটো ৷ দুষ্কৃতিকাৰী ক্ৰমে ৰাজেশ কৰ্মকাৰ আৰু ৰাহুল পেগু বুলি জানিব পৰা গৈছে । খৰ্গটোৰ মূল্য প্ৰায় ১০ লাখ বুলি তিতাবৰ আৰক্ষী বিষয়াই জানিব দিছে । দুষ্কৃতিকাৰী ৰাজেশ কৰ্মকাৰ ঘৰ তিতাবৰৰ খৰিকটিয়া আৰু ৰাহুল পেগুৰ ঘৰ গোলাঘাটত বুলি জানিব পৰা গৈছে ।

Intro:আৰক্ষীৰ তালাচীত বোকাজানত চোৰাং গঁড় খৰ্গ সহ আটক এজন ।

ডিফু, ফেব্ৰুৱাৰী:-বোকাজানত আৰক্ষীৰ তৎপৰতাত আটক কৰা হয় আপুৰুগীয়া এশিঙিয়া গঁড়ৰ খড্গ সহ এজন লোকক ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বোকাজান থানাৰ অন্তৰ্গত অমৰাজান অঞ্চলত বোকাজান মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগু আৰু বোকাজান থানাৰ oc ৰ নেতৃত্বত তালাচী চলি থকা অৱস্থাত চোৰাং গঁড় খৰ্গ সহ আটক কৰা হয় এজনক । এখন WB 20 R 3400 নম্বৰৰ মটৰ চাইকেলেৰে ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত তালাচীত ধৰা পৰিছিল লাল খমাং কিপজেন । সম্প্ৰতি লাল খমাং কিপজেনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ অনুসৰি খৰ্গ টো বেছি পুৰণি নহয় বুলি জানিবলৈ দিয়ে । বোকাজান আৰক্ষীৰ এই সফলতাত ৰাইজে শলাগ লৈছে ৷

ছাইদুল ইছলাম,ডিফু

BYTE : OC BOKAJANBody:*****Conclusion:*****
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.