ETV Bharat / state

অৰ্ধগলিত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Sep 28, 2019, 11:58 PM IST

টীয়কৰ মেলেঙত উদ্ধাৰ মৃত নাহৰফুটুকী ৷ বিপুল ৰাজকুমাৰ নামৰ স্থানীয় যুৱকজনে অৰ্ধগলিত অৱস্থাত প্ৰত্যক্ষ কৰে নাহৰফুটুকীৰ মৃতদেহটো ৷ নাহৰফুটুকীটোৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও বেমাৰৰ বাবেই মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে ৷

অৰ্ধগলিত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

যোৰহাট, 28 ছেপ্টেম্বৰঃ টীয়কৰ মেলেঙত উদ্ধাৰ মৃত নাহৰফুটুকী ৷ যোৰহাট জিলা টীয়কৰ মেলেং বৰগুৰি সন্দিকৈ গাঁৱৰ চাহ বাগানৰ মাজত উদ্ধাৰ মৃত নাহৰফুটুকীটো ৷ বিপুল ৰাজকুমাৰ নামৰ স্থানীয় যুৱকজনে অৰ্ধগলিত অৱস্থাত প্ৰত্যক্ষ কৰে নাহৰফুটুকীৰ মৃতদেহটো ৷ যোৰহাট বন বিভাগক খবৰ দিয়াত যোৰহাট বন সংমণ্ডল বিষয়া অৰুণ কলিতাৰ নেতৃত্বত এটা দল উক্ত স্থানত উপস্থিত হৈ বাঘটো যোৰহাটলৈ লৈ যায় । নাহৰফুটুকীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও বেমাৰৰ বাবেই মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে ৷

Intro:Body:টীয়কৰ মেলেঙত  মৃত নাহৰফুটুকী উদ্ধাৰ
TEOK: যোৰহাট জিলা টীয়কৰ মেলেং বৰগুৰি সন্দিকৈ গাঁৱত আজি বিয়লি স্হানীয় যুৱকে বিপুল ৰাজকুমাৰৰ চাহ বাগানৰ মাজত এটা মৃত নাহৰফুটুকী বাঘ অৰ্ধগলিত অৱস্থাত প্ৰত্যক্ষ কৰে আৰু ততাতৈয়াকৈ যোৰহাট বন বিভাগক খবৰ দিয়ে।যোৰহাট বন সংমণ্ডল বিষয়া অৰুণ কলিতাৰ নেতৃত্বত এটা দল উক্ত স্হানত উপস্থিত হৈ বাঘটো যোৰহাটলৈ লৈ যায়।কি কাৰণত বাঘটো মৃত্যু হ'ল এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও বেমাৰৰ বাবেই মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.