তিতাবৰ, 8 জুনঃ সোমবাৰে তিতাবৰত অখিল গগৈৰ মুক্তিৰ দাবীত দেখিবলৈ পোৱা গ'ল কৃষক মুক্তিৰ মানৱ শৃংখল ৷ অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীতো তিতাবৰ ষ্টেচন তিনিআলিত কৃষক মুক্তি সদস্য সকলে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ হাতে হাতে প্লকাৰ্ড লৈ অখিল গগৈসহ আন আন কাৰাবন্দী নেতাসকলক শীঘ্ৰেই মুক্তিৰ দাবী জনায় ৷
লগতে পঢ়কঃ অখিল গগৈক বিনাচৰ্তে মুক্তি দিবলৈ কলগাছিয়াত প্ৰতিবাদ