ETV Bharat / state

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাট

বিগত সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে ৰাজ্যখনৰ ধন-জন,কৃষিভূমি ক্ষতি সাধন কৰি অসমৰ ৰাইজক আৰ্থিকভাৱে বিধ্বস্ত কৰিলে । ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ খিলঞ্জীয়াক ব্যৱহাৰ কৰাৰ অভিযোগ সংগঠনটোৰ ।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ
author img

By

Published : Jul 25, 2019, 2:21 PM IST

যোৰহাট, 25 জুলাই: জনজাতিকৰণ আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে মৰ্যদা প্ৰদানৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ । বিগত সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে ৰাজ্যখনৰ ধন-জন,কৃষিভূমি ক্ষতি সাধন কৰি অসমৰ ৰাইজক আৰ্থিক ভাৱে বিধ্বস্ত কৰিলে । ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ খিলঞ্জীয়া সকলক ব্যৱহাৰ কৰি আহিছে । প্ৰথম কাৰ্যকাল শেষ হৈ দ্বিতীয়টো কাৰ্যকাল গ্ৰহণ কৰা নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়াও জনজাতিকৰণৰ নামত লুকা-ভাকুহে খেলি আছে । সেয়েহে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

জনজাতিকৰণ আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে মৰ্য্যদা প্ৰদানৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ।।।

বিগত সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে ৰাজ্যখনৰ ধন-জন,কৃষিভূমি ক্ষতি সাধন কৰি অসমৰ ৰাইজক আৰ্থিক ভাৱে বিধ্বস্ত কৰিলে।ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হবলৈ খিলঞ্জীয়া সকলক ব্যৱহাৰ কৰি আহিছে।প্ৰথম কায্যকাল শেষ হৈ দ্বিতীয় টো কায্যকাল গ্ৰহণ কৰা নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়াও জনজাতিকৰণৰ নামত লোকাভাকুহে খেলি আছে।সেয়েহে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত দুঘন্টীঢ়া অৱস্হান ধৰ্মযটৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.