ETV Bharat / state

যোৰহাটত ৰাইজৰ দলৰ প্ৰাৰ্থীক টিকত দিয়াক লৈ সংবাদমেল - raijor dol jorhat district

ৰাইজৰ দলৰ পৰা দিব্যজ্যোতি শৰ্মা প্ৰাৰ্থীত্ব দিবলৈ দাবী তুলিলে ৰাজইৰ দলৰ যোৰহাট জিলা সমতিয়ে ৷ বুধবাৰে এক সংবাদমেলৰ জৰিয়তে এই দাবী তোলে ৰাজইৰ দলৰ যোৰহাট জিলা সমতিয়ে ৷

pressmeet-by-raijor-dol-jorhat-district
যোৰহাটত ৰাইজৰ দলৰ প্ৰাৰ্থীক টিকত দিয়াক লৈ সংবাদমেল
author img

By

Published : Mar 3, 2021, 10:14 PM IST

যোৰহাট, 3 মাৰ্চ : যোৰহাট সমষ্টিত ৰাইজৰ দলৰ পৰা দিব্যজ্যোতি শৰ্মা প্ৰাৰ্থীত্ব দিবলৈ দাবী তুলিলে ৰাজইৰ দলৰ যোৰহাট জিলা সমতিয়ে ৷ বুধবাৰে এক সংবাদমেলৰ জৰিয়তে এই দাবী তোলে ৰাজইৰ দলৰ যোৰহাট জিলা সমতিয়ে ৷

যোৰহাটত ৰাইজৰ দলৰ প্ৰাৰ্থীক টিকত দিয়াক লৈ সংবাদমেল

'ৰাইজৰ দল আৰু এজেপিৰ মাজত আসন বুজা বুজি হ'ব ৷ ৰাইজৰ দলৰ প্ৰাৰ্থীক টিকত প্ৰদাণ কৰিলে যোৰহাট সমষ্টিত জয়ী হোৱাতো নিশ্চিত ৷' ৰাইজৰ দলৰ যোৰহাট জিলা নেতৃত্বই কয় ৷ লগতে কা' আন্দোলনত জড়িত নথকা ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদাণ কৰিলে ৰাইজৰ দলৰ পৰা সহযোগ নাপাব বুলিও ৰাইজৰ দলৰ যোৰহাট জিলা নেতৃত্বই স্পষ্ট কৰি দিয়ে ৷

উল্লেখ্য যে, সংবাদ মেলতে ৰাইজৰ দলৰ প্ৰাৰ্থীক টিকত দিয়াক লৈ "ৰাইজৰ দল জিন্দাবাদ, যোৰহাট সমষ্টি ৰাইজৰ দলক লাগিবই" আদি শ্ল'গান দিয়ে ৰাইজৰ দলৰ কৰ্মী সকলে ৷

লগতে পঢ়ক :গ্ৰীণউড ৰিজৰ্টত কংগ্ৰেছৰ নিৰ্বাচন কমিটীৰ প্ৰথমখন বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.