ETV Bharat / state

যোৰহাট জিলাৰ বৃহৎ পানী যোগান আঁচনিৰ শুবাৰম্ভ কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে

author img

By

Published : Feb 19, 2021, 7:59 PM IST

যোৰহাট জিলাবাসীয়ে আজিৰে পৰা লাভ কৰিব শোধিত ব্ৰহ্মপুত্ৰৰ পানী ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি যোৰহাট জিলাৰ বৃহৎ পানী যোগান আঁচনিৰ শুভাৰম্ভণি কৰিলে যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

pressmeet-about-water-project-at-jorhat
যোৰহাট জিলাৰ বৃহৎ পানী যোগান আঁচনিৰ শুবাৰম্ভ কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে

যোৰহাট, 19 ফেব্ৰুৱাৰী : যোৰহাট জিলাবাসীয়ে আজিৰে পৰা লাভ কৰিব শোধিত ব্ৰহ্মপুত্ৰৰ পানী ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি যোৰহাট জিলাৰ বৃহৎ পানী যোগান আঁচনিৰ শুভাৰম্ভণি কৰিলে যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷

সাংবাদিকক সম্বোধন কৰি গোস্বামীয়ে কয়, এই আঁচনিখনে যোৰহাট ,টীয়ক, তিতাবৰ, দেৰগাঁৱৰ ৰাইজক সামৰিব ল'ব ৷ সংবাদমেলত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্মি অপৰাঞ্জে কৰাতিৰ লগতে জনস্বাস্থ্য বিভাগৰ উচ্চ পদস্থ অভিযন্তা ৷

লগতে পঢ়ক: ৰাইজক টেঙা আম খোৱাই বিজেপিয়ে 100+ ৰ লক্ষ্য বান্ধিছে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.