ETV Bharat / state

যোৰহাট ৰে'ল ষ্টেশ্যনত কৰ'ণাতংক

author img

By

Published : Jun 13, 2020, 6:53 PM IST

গুৱাহাটী কালাপাহাৰ পৰা যোৰহাট অভিমুখে অহা এজন ব্যক্তিক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হয় যোৰহাট ৰে'ল ষ্টেশ্যনত ৷

panic-station-at-jorhat-railway-station
যোৰহাট ৰে'ল ষ্টেশ্যনত কৰ'ণাতংক

যোৰহাট,13জুনঃ শনিবাৰৰ দিনা কৰ'ণা আতংকই বিৰাজ কৰে যোৰহাট ৰে'ল ষ্টেশ্যনত ৷ গুৱাহাটী কালাপাহাৰৰ পৰা অহা এজন ব্যক্তিক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ গুৱাহাটীৰ পৰা যোৰহাটৰ সৰ্বাইবন্ধা অভিমুখে আহিছিল ব্যক্তি গৰাকী ৷ জানিব পৰা অনুসৰি, উক্ত ব্যক্তিগৰাকীৰ নাম কৃষ্ণ দাস ৷ গুৱাহাটীৰ পৰা অহা এখন আলট্ৰা বাছে যোৰহাট ৰে'ল ষ্টেচনত নমাই থৈ গৈছিল ব্যক্তিগৰাকীক ৷

যোৰহাট ৰে'ল ষ্টেশ্যনত কৰ'ণাতংক
পিছত যোৰহাট স্বাস্থ্য বিভাগে কৃষ্ণ দাস নামৰ লোকজনক ১০৮সেৱাৰ জৰিয়তে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় চিকিৎসালয়লৈ ৷

লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ আৰক্ষীক প্ৰশংসামূলক মন্তব্য অক্ষয় কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.