ETV Bharat / state

নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন ব্যক্তি

author img

By

Published : Oct 6, 2019, 10:32 AM IST

পূজাৰ আনন্দৰ মাজতে টীয়কত শোকাৱহ ঘটনা ৷ গা ধুবলৈ গৈ সন্ধানহীন হোৱা ব্যক্তিক বিচাৰি টীয়ক আৰক্ষী আৰু এছ ডি আৰ এফে অব্যাহত ৰাখিছে অভিযান ৷

টীয়কৰ নদীত সন্ধানহীন এজন ব্যক্তি

টীয়ক , 6 অক্টোবৰঃ দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে যোৰহাট জিলাৰ টীয়কৰ উত্তৰ দুলীয়াগাঁৱত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ নদীত গা ধুবলৈ গৈ সন্ধানহীন হ'ল তনু দাস নামৰ এজন ব্যক্তি ৷ ব্যক্তিজনৰ সন্ধানত ইতিমধ্যে টীয়ক আৰক্ষী আৰু এছ ডি আৰ এফ(SDRF) বাহিনীয়ে অভিযান চলাই আছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

টীয়কৰ নদীত সন্ধানহীন এজন ব্যক্তি

লগতে পঢ়কঃ চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিলে চন্দ্ৰযানে

Intro:Body:টীয়কৰ নদীত পৰি ব্যক্তি সন্ধানহীন
TEOK:দূৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে টীয়কৰ উত্তৰ দুলীয়াগাঁৱত এক শোকাকুল ঘটনা সংঘটিত হয়।নিশা টীয়ক নদীত গা ধোৱলৈ গৈ পৰি এজন লোক সন্ধানহীন হৈ আছে।সন্ধানহীন লোক জনৰ নাম তনু দাস বুলি জানিব পৰা গৈছে।ব্যক্তিজনৰ সন্ধানত ইতিমধ্যে টীয়ক আৰক্ষী আৰু SDRF বাহিনীয়ে অভিযান চলাইছে যদিও এই পৰ্যন্ত কোনো সুং সুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.