ETV Bharat / state

Jorhat Firing case: যোৰহাটৰ গুলীচালনা ঘটনাৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ - ৰাজেশ চাহু ওৰফে ৰাহুল চাহু ওৰফে

যোৰহাটৰ গুলীচালনা ঘটনাৰ লগত জড়িত আন এটা অভিযুক্তক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ (One arrested related with Jorhat robbery case)৷

one arrested related with Jorhat robbery case
Jorhat Robbery case: যোৰহাটৰ ডকাইটি ঘটনাৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ
author img

By

Published : Nov 29, 2022, 9:37 PM IST

  • যোৰহাটৰ ডকাইতি আৰু গুলীচালনা ঘটনাৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ (Jorhat Robbery case)
  • শনিবাৰে যোৰহাটত গুলীচালনাৰ ঘটনাত জড়িত আছিল ধৃত ডকাইতটো
  • ধৃত ডকাইতটো ৰাজেশ চাহু ওৰফে ৰাহুল চাহু ওৰফে নিনি
  • লামডিঙৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিনিক
  • শনিবাৰৰ নিশা যোৰহাটৰ ট্ৰাক ষ্টেণ্ডত গুলীচালনা কৰি পলাই গৈছিল ধৃত ডকাইতটো
  • ইতিমধ্যে আনটো ডকাইত প্ৰাঞ্জল বৰা ওৰফে দেহক আৰক্ষীয়ে এনকাউন্টাৰ কৰি গুৰতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.