ETV Bharat / state

তিতাবৰত গ্ৰেপ্তাৰ NSCN কেডাৰ

বৃহস্পতিবাৰে নিশা তিতাবৰ আৰক্ষীৰ তৎপৰতাত এজন NSCN কেডাৰ গ্ৰেপ্তাৰ হয় ৷ NSCN কেডাৰজনৰ পৰা 2টা পইণ্ট22 পিষ্টলসহ,এটা মেগজিন আৰু 2টা মোবাইল ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ কেডাৰজনৰ নাম নয়াব কন্যাক বুলি জানিব পৰা গৈছে ।

author img

By

Published : Apr 24, 2020, 4:55 PM IST

তিতাবৰত গ্ৰেপ্তাৰ NSCN কেডাৰ
তিতাবৰত গ্ৰেপ্তাৰ NSCN কেডাৰ

তিতাবৰ, 24 এপ্ৰিল : তিতাবৰ আৰক্ষীৰ বৃহৎ সফলতা । বৃহস্পতিবাৰে নিশা তিতাবৰৰ বিৰিনাশায়েক অঞ্চলৰ পৰা এজন NSCN কেডাৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত NSCN কেডাৰজনৰ নাম নয়াব কন্যাক বুলি জানিব পৰা গৈছে ।

তিতাবৰত গ্ৰেপ্তাৰ NSCN কেডাৰ
কেডাৰজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 2টা পইণ্ট 22 পিষ্টল,এটা মেগজিন আৰু 2টা মোবাইল ফোন । ধৃত উগ্ৰপন্থীজনৰ ঘৰ নাগালেণ্ডৰ মন' জিলাৰ বুলি জানিব পৰা গৈছে । জানিব পৰা মতে,তিতাবৰ মহকুমাৰ কয়লা আৰু কাঠ বেপাৰী সৈতে গোপনে যোগাযোগ ৰাখি আহিছে এই NSCN কেডাৰজনে ৷

লগতে পঢ়ক : গোলাঘাটত চাৰি বাঘ হত্যাকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.