ETV Bharat / state

১৮ ডিচেম্বৰত দিল্লীলৈ ৰাওনা হ‘ব ২৬ গৰাকী এন চি চি কেডাৰ - NCC_team

যোৰহাটৰ এন.চি.চি একাডেমী প্ৰশিক্ষণ শিবিৰত উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা স্থল সেনা,নৌ সেনা,বায়ু সেনা বাহিনীৰ ১৮০ এন.চি.চি.কেডেট পৰা ২৬ গৰাকী শিক্ষাৰ্থীক বাচনি কৰি উলিওৱা হয় ৷

ncc-team-going-national-prade
১৮ ডিচেম্বৰত দিল্লীলৈ ৰাওনা হ‘ব ২৬ গৰাকী এন চি চি কেডাৰ
author img

By

Published : Dec 17, 2020, 3:18 PM IST

যোৰহাট, 17 ডিচেম্বৰ : দিল্লীত অনুষ্ঠিত হ'বলগীয়া আগন্তুক গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানৰ বাবে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী যোৰহাটৰ মুখ্য কাৰ্যালয়ত প্ৰশিক্ষণ আৰু বাচনি প্ৰক্ৰিয়া সম্পন্ন হয় ৷ অতিৰিক্ত সঞ্চালকালয়,ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী উত্তৰ পূৰ্বাঞ্চলৰ পৃষ্ঠপোষকতাত আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী যোৰহাটৰ মুখ্য কাৰ্যালয়ৰ গ্ৰুপ কমাণ্ডাৰ,ব্ৰিগেডিয়াৰ অজিত কুমাৰ বৰা,ভি.এছ.এম.ৰ তত্বাৱধানত এন চি চি একাডেমী যোৰহাটত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এই প্ৰশিক্ষণ আৰু বাচনি শিবিৰ ৷

ncc-team-going-national-prade
১৮ ডিচেম্বৰত দিল্লীলৈ ৰাওনা হ‘ব ২৬ গৰাকী এন চি চি কেডাৰ

আগন্তুক গণতন্ত্ৰ দিৱসৰ উপলক্ষে দিল্লীত অনুষ্ঠিত হ‘বলগীয়া অনুষ্ঠানত যোগদানৰ বাবে আগতীয়া প্ৰশিক্ষণ আৰু বাচনি শিবিৰৰ আয়োজন কৰা হয় ৷ যোৰহাটৰ এন.চি.চি একাডেমী প্ৰশিক্ষণ শিবিৰত উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা স্থল সেনা,নৌ সেনা,বায়ু সেনা বাহিনীৰ ১৮০ এন.চি.চি. কেডেট পৰা ২৬ গৰাকী শিক্ষাৰ্থীক বাচনি কৰি উলিওৱা হয় ৷
উল্লেখ্য যে,উত্তৰ পূৰ্বাঞ্চলৰ পৰা এই ২৬ গৰাকী এন চি চি কেডেট দিল্লীলৈ ১৮ ডিচেম্বৰত ৰাওনা হ‘ব।

লগতে পঢ়ক: কৃষক বিদ্ৰোহ : প্ৰচণ্ড ঠাণ্ডাৰ মাজতো কৃষকৰ প্ৰতিবাদ অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.