ETV Bharat / state

নগাক অসমৰ ভূমিৰ পৰা জাঠি-জোং লৈ খেদিব ৰূপজ্যোতি কুৰ্মীয়ে ! - ব্লুপ্ৰিন্ট ৰচনা

সম্প্ৰতি নগ্ৰা-আগ্ৰাসনৰ বিৰুদ্ধে সৰৱহৈ পৰা দেখা গৈছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ অসমৰ ভূমি নাগালিমত অৰ্ন্তভূক্ত কৰিবলৈ যি ব্লুপ্ৰিন্ট ৰচনা কৰিছে, তাৰ বিৰুদ্ধে ক্ষোভ পৰ্কাশ কৰিছে বিধায়ক গৰাকীয়ে ৷ অসম চৰকাৰকৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰূপজ্যোতি কুৰ্মী ৷ অসম চৰকাৰে সমস্যাটো সামাধান কৰিব নোৱাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে জাঠি-জোং লৈ নগাক অসমৰ মাটিৰ পৰা খেদি পঠিয়াব বুলি কয় ৷

naga-eviction-means-assam-land-reactions-rupjoyti-kurmi
নগাক অসমৰ ভূমিৰ পৰা জাঠি-জোঙলৈ খেদিব ৰূপজ্যোতি কুৰ্মীয়ে !
author img

By

Published : Nov 13, 2020, 8:41 PM IST

যোৰহাট,13 নৱেম্বৰঃ শেহতীয়াকৈ অসমৰ ভূমিত নাগালেণ্ডে অবৈধভাৱে আৰক্ষী শিবিৰ স্থাপনৰ বাবে মজুত কৰা সামগ্ৰী অসমৰ প্ৰশাসনে জব্দ কৰা পিছতে সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ উপদ্ৰৱ । শূন্যলৈ গুলীচালনা কৰি অসমীয়াক ভাবুকি প্ৰদান কৰা লগতে ভাঙিলে চৰকাৰী ফলক। ইয়াৰ পিছতে মৰিয়নীৰ অসম-নগালেণ্ড সীমান্তত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ।

নগাক অসমৰ ভূমিৰ পৰা জাঠি-জোঙলৈ খেদিব ৰূপজ্যোতি কুৰ্মীয়ে !
ঘটনা অনুসৰি উচ্ছেদ স্থলীৰ পৰা অসমৰ প্ৰশাসনৰ লোক আঁতৰি অহাৰ পিছতে নিশা অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ এটা দল অসমৰ ভূমিত প্ৰৱেশ কৰি শূন্যলৈ গুলীবৰ্ষণ কৰি পৰিণাম ভয়ংকৰ হ'ব বুলি সীমান্তৰ অসমীয়াক ভাবুকি প্ৰদান কৰে । আনহাতে নগা দুৰ্বৃত্তৰ দলটোৱে কাটনি বাৰী গাঁও পঞ্চায়তৰ এম জি এনৰেগাৰ তথ্য সম্বলিত এখন আধাৰ শিলা ভাঙি চূৰমাৰ কৰে। আনহাতে, নিশা দুৰ্বৃত্তই শূন্যলৈ গুলীচালনা কৰি সন্ত্ৰাস চলোৱা বুলি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত মৰিয়নী আৰক্ষী থানাৰ এটা দল নিশাই ঘটনাস্থলীত উপস্থিত হয় যদিও দুৰ্বৃত্তৰ দলটো আঁতৰি যায় ।

সম্প্ৰতি নগ্ৰা-আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ অসমৰ ভূমি নাগালিমত অৰ্ন্তভূক্ত কৰিবলৈ যি ব্লুপ্ৰিন্ট ৰচনা কৰিছে তাৰ বিৰুদ্ধে ক্ষোভ পৰ্কাশ কৰিছে বিধায়ক গৰাকীয়ে ৷ অসম চৰকাৰকৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰূপজ্যোতি কুৰ্মী ৷ অসম চৰকাৰে সমস্যাটো সামাধান কৰিব নোৱাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে জাঠি-জোং লৈ নগাক অসমৰ মাটিৰ পৰা খেদি পঠিয়াব বুলি কয় ৷

লগতে পঢ়কঃ মিৰ্জাত সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ দাবীত সাংবাদিকৰ মৌন প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.