ETV Bharat / state

যোৰহাটত ক’ভিড প্ৰট’কল মানি 253 সংখ্যক ন-লগোৱা উৎসৱ পালন

author img

By

Published : Nov 23, 2020, 7:59 AM IST

যোৰহাটৰ ঐতিহাসিক বৰভেটীত দেওবাৰে মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰাগত 253 সংখ্যক ন-লগোৱা উৎসৱ পালন ৷ ক’ভিড সংক্ৰমণৰ বাবে অনুষ্টুপীয়াকৈ পালন এই উৎসৱৰ ৷

na logowa festival
ন-লগোৱা উৎসৱ

যোৰহাট,23 নৱেম্বৰ : আঘোন মাহৰ প্ৰথমটো দেওবাৰে যোৰহাটৰ ঐতিহাসিক বৰভেটীত পালন কৰা হয় মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰাগত 253 সংখ্যক ন-লগোৱা উৎসৱ । কিন্তু ক’ভিড সংক্ৰমণৰ বাবে এইবাৰ কেৱল পৰম্পৰা ৰক্ষা কৰাতেই সীমিত থাকিল মায়ামৰা সম্প্ৰদায়ৰ লোকসকল ৷

ন-লগোৱা উৎসৱ

উল্লেখ্য যে,প্ৰতিবছৰে আঘোনৰ প্ৰথমটো দেওবাৰে পালন কৰা হয় এই উৎসৱ । অৱশ্যে পূৰ্বৰ দৰে এইবাৰ নাই কোনো ভক্তৰ সমাগম ৷ সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি আয়োজক সমিতিয়ে অনুষ্টুপীয়াকৈ আয়োজন কৰে এই ন-লগোৱা উৎসৱৰ ।

লগতে পঢ়ক : উপ-পৰিদৰ্শকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাৰ বাবে সংশ্লিষ্ট পক্ষক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.