ETV Bharat / state

ৰাজ্যত পুনৰ ডাইনী কাণ্ড ! - ডাইনী

মৰিয়নীত সংঘটিত হৈছে ডাইনী কাণ্ড ৷ প্ৰাণৰ ভয়ত আৰক্ষী চকীত আত্মগোপন দুই মহিলাৰ ৷

ৰাজ্যত পুনৰ ডাইনী কাণ্ড !
author img

By

Published : Aug 4, 2019, 3:52 PM IST

মৰিয়নী,4 আগষ্টঃ ৰাজ্যত পুনৰ ডাইনী সন্দেহত মহিলাক আক্ৰমণ ৷ এইবাৰ ঘটনাৰ স্থান মৰিয়নী ৷ আৰক্ষী চকীত আশ্ৰয় লৈ কোনোমতে প্ৰাণ ৰক্ষা কৰে দুগৰাকী মহিলাই ৷

ৰাজ্যত পুনৰ ডাইনী কাণ্ড !

জানিব পৰা মতে ,মৰিয়নী হোলোংগুৰি চাহ বাগিচাৰ নিবাসী দুগৰাকী মহিলাক ডাইনীৰ সন্দেহত যোৱা বৃহস্পতি বাৰে স্থানীয় লোকে মাৰধৰ কৰি আৱদ্ধ কৰি ৰাখে । এই সন্দৰ্ভত দেবেৰাপাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ বিষয়ে অৱগত হোৱাত নিশাই ঘটনাস্থলীত উপস্থিত হৈ মহিলা দুগৰাকীক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি আৰক্ষী চকীত আশ্ৰয় দিয়ে । গাঁৱৰ পৰা বহিষ্কৃত হোৱা মহিলা দুগৰাকীয়ে সুৰক্ষাৰ খাতিৰত যোৱা ৪৮ ঘন্টা ধৰি আশ্ৰয় লৈ আছে দেবেৰাপাৰ আৰক্ষী থানাত ৷ সম্প্ৰতি সমগ্ৰ ঘটনাটোক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ।

Intro:Mariani Daini Kando

ডাইনীৰ সন্দেহত মহিলাক আক্ৰমণত: আৰক্ষী চকীত আশ্ৰয় লৈ প্ৰাণ ৰক্ষা।

পুনৰ ডাইনী কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।ডাইনীৰ সন্দেহত যোৱা তিনিদিনে আৰক্ষীচকীত আত্মগোপন কৰি নিজৰ প্ৰাণ ৰক্ষা মৰিয়নীৰ দুগৰাকী মহিলাৰ। জানিবপৰা মতে মৰিয়নী হোলোংগুৰি চাহ বাগিচাৰ নিবাসী মালতী ভূমিজ আৰু ৰাজমণি ভূমিজ নামৰ মহিলা দুগৰাকীক ডাইনীৰ সন্দেহত যোৱা বৃহস্পতি বাৰে স্থানীয় লোকে মাৰধৰ কৰি আবদ্ধ কৰি ৰাখে। এই সন্দৰ্ভত দেবেৰাপাৰ আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে অৱগত হোৱাত নিশাই ঘটনাস্থলীত উপস্থিত হৈ মহিলা দুগৰাকী উদ্ধাৰ কৰি আৰক্ষী চকীত আশ্ৰয় দিয়ে। গাঁওৰ পৰা বহিষ্কৃত হোৱা দুই মহিলাক সুৰক্ষাৰ বাবে যোৱা৪৮ ঘন্টা ধৰি দেৱেৰা থানাত ৰাখিছে। সমগ্ৰ ঘটনাটোক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গৰিহণা দিয়াৰ লগতে উচিত তদন্তৰ দাবী জনায়।

Bite :- IC DEBERAPA
BITE :- VICTIM WOMEN
BITE :- ATTSA

RANJIT BORAH
MARIANIBody:Mariani Daini Kando

MARIANIConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.