ETV Bharat / state

আতংকিত মৰিয়নীবাসীঃ পুনৰ কৰ'ণাত আক্ৰান্ত তিনিজন

তিনিওজনৰ স্বাৱৰ পৰীক্ষণৰ ফলাফল পজিটিভ পোৱাত মঙলবাৰে তেওঁলোকক যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে অঞ্চলটোত তিনিওজনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাত শংকিত হৈ পৰিছে মৰিয়নীবাসী ৷

author img

By

Published : Jun 30, 2020, 3:06 PM IST

MARIANI
মৰিয়নী

মৰিয়নী, 30 জুনঃ মৰিয়নীত পুনৰ কৰ'ণাত আক্ৰান্ত হ'ম কোৱাৰেন্টাইনত থকা তিনিজন লোক ৷ মৰিয়নী 2 নম্বৰ ৱাৰ্ডৰ সন্তোষী মন্দিৰ আৰু গান্ধী নগৰ নিবাসী ৰিনা ভূমিক, কমল বৰুৱা আৰু টিংকু বৰুৱাৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি । ইয়াৰে 2 নম্বৰ ৱাৰ্ডৰ সন্তোষী মন্দিৰ নিবাসী কমল বৰুৱা আৰু তেওঁৰ পুত্ৰ টিংকু বৰুৱা কিছুদিন পূৰ্বে দিল্লীৰ পৰা অহা বাবে তেওঁলোকক হ'ম কোৱাৰেন্টাইন কৰা হৈছিল ।

লগতে পঢ়কঃ স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন ৰঙিয়াৰ এগৰাকী কণ্ঠশিল্পী

ইফালে ৰিনা ভূমিক নমাৰ মহিলাগৰাকী ২৮ জুনত গুৱাহাটীৰ পৰা আহি হ'ম কোৱাৰেন্টাইনত আছিল। ইতিমধ্যে স্বাস্থ্যবিভাগে তিনিওজনৰ নমুনা সংগ্ৰহ কৰি স্বাৱ পৰীক্ষণ কৰে ৷ তিনিওজনৰ স্বাৱৰ পৰীক্ষণৰ ফলাফল পজিটিভ পোৱাত মঙলবাৰে তেওঁলোকক যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে অঞ্চলটোত তিনিওজনকৌ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাত শংকিত হৈ পৰিছে মৰিয়নীবাসী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.