ETV Bharat / state

যোৰহাটৰ মাছৰ বজাৰত লক ডাউনৰ প্ৰভাৱ

লক ডাউনৰ সপ্তমটো দিনৰ ভিতৰতে লোকচানৰ সন্মুখীন হৈছে কৃষকৰ লগতে একাংশ ব্যৱসায়ী ৷ যোৰহাটৰ বহু পুৰণি মাছৰ বজাৰত দমে দমে গেলিছে প্ৰায় ২৫ লাখতকৈয়ো অধিক টকাৰ ৷

মাছৰ বজাৰত লক ডাউনৰ প্ৰভাৱ
মাছৰ বজাৰত লক ডাউনৰ প্ৰভাৱ
author img

By

Published : Mar 31, 2020, 11:13 AM IST

Updated : Mar 31, 2020, 11:21 AM IST

যোৰহাট, 31 মাৰ্চঃ দেশজুৰি জাৰি কৰা লক ডাউনৰ আজি সপ্তম দিন ৷ এই সাত দিনতে কৃষকৰ লগতে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে একাংশ ব্যৱসায়ী ৷ যোৰহাটৰ বহু পুৰণি মাছৰ বজাৰত এতিয়া দমে দমে গেলিব ধৰিছে মাছ ৷ পৌৰসভাৰ গাড়ীৰে কঢ়িয়াই শেষ কৰিব পৰা নাই মাছসমূহ ৷ প্ৰায় ২৫ লাখতকৈয়ো অধিক টকাৰ মাছ এতিয়া গেলি পচি গৈছে বজাৰখনত ৷ কেৱল এয়াই নহয় বিগত এটা সপ্তাহ ধৰি জমা হৈ থকা গেলা মাছৰ বাবে অঞ্চলটো এতিয়া হৈ পৰিছে প্ৰদূষিত ৷ মঙলবাৰে যোৰহাট পৌৰসভাৰ একাংশ চাফা কৰ্মীয়ে গেলা মাছ সমূহ গড়মূৰ শ্মশানলৈ নি পুতি পেলোৱাৰ ব্যৱস্থা কৰিছে ৷

যোৰহাটৰ মাছৰ বজাৰত লক ডাউনৰ প্ৰভাৱ

লগতে পঢ়কঃ খেতিপথাৰতে নষ্ট হৈছে কৃষকৰ উৎপাদিত ফচল

Last Updated : Mar 31, 2020, 11:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.