ETV Bharat / state

মৰিয়নীত ৰে'লপথৰ সমীপত উদ্ধাৰ মৃত নাহৰফুটুকীৰ পোৱালি

author img

By

Published : Dec 28, 2020, 2:16 PM IST

Updated : Dec 28, 2020, 3:06 PM IST

যোৰহাটৰ মৰিয়নীত ৰে'লপথৰ দাঁতিত মৃত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ । স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰে মৃত নাহৰফুটুকী পোৱালিটো । পুৱা ৰে'লৰ খুন্দাত পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ ।

মৰিয়নীত ৰে'লপথৰ সমীপত উদ্ধাৰ মৃত নাহৰফুটুকীৰ পোৱালি
মৰিয়নীত ৰে'লপথৰ সমীপত উদ্ধাৰ মৃত নাহৰফুটুকীৰ পোৱালি

যোৰহাট, ২৮ ডিচেম্বৰ : মৰিয়নীৰ নাগাধূলি চাহ বাগিচাৰ ৰে'লপথৰ সমীপত এটা মৃত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ হয় । পোৱালিটোক প্ৰথমে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । লগে লগে ৰাইজে বন বিভাগক খবৰ দিয়ে ।

মৰিয়নীৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত নাহৰফুটুকীটো মৰিয়নীৰ গিবন অভয়াৰণ্যৰ মেলেং বিটলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আজি পুৱা পোৱালিটো ৰে'লৰ খুন্দাত নিহত হৈছে বুলি সন্দেহ কৰিছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক: শোণিতপুৰ, নলবাৰীত COVID-১৯ প্ৰতিষেধকৰ ড্ৰাই ৰান

Last Updated : Dec 28, 2020, 3:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.