ETV Bharat / state

এইবাৰ পুখুৰীৰ মাজত লালীগুড়

author img

By

Published : Mar 10, 2019, 7:37 PM IST

Updated : Mar 10, 2019, 9:20 PM IST

নাৱৰ ওপৰত মেটেকাৰে ঢাকি ৰখা হৈছিল লালীগুড়

পুখুৰীৰ মাজত লালীগুড়

টীয়ক, ১০ মাৰ্চঃ টীয়কৰ কাৱৈমাৰীত দেওবাৰে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ লালীগুড় ৷ পথাৰৰ মাজত থকা এটা পুখুৰীত নাৱত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় বুজন পৰিমাণৰ লালীগুড় । টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰীত সংঘটিত এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ।

পুখুৰীৰ মাজত লালীগুড়

নাৱৰ ওপৰত মেটেকাৰে ঢাকি ৰখা হৈছিল লালীগুড় । এক গোপন সূত্ৰই দিয়া তথ্যৰ ভিত্তিত আৰক্ষী আৰু সাংবাদিকৰ দল উপস্থিত হৈ কেমেৰাত বন্দী কৰে সমগ্ৰ দৃশ্য । টীয়ক আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

টীয়কৰ কাৱৈমাৰীত  পথাৰৰ মাজত থকা পুখুৰীত নাওঁত লালিগুৰ

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰিৰ  এখন পথাৰৰ মাজত থকা পুখুৰীত এখন নাঁওত বৃহৎ পৰিমাণৰ লালিগুৰ লুকুৱাই থোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে । নাঁওৰ ওপৰত মেটেকাৰে ঢাকি ৰখা লালিগুৰখিনিৰ গৰাকী প্ৰকৃততে কোন সেইয়া জানিব পৰা হোৱা নাই ।এক গোপন চক্ৰই দিয়া তথ্যৰ ভিত্তিত   কেমেৰাত বন্দি সমগ্ৰ  পৰিবেশ।অৱশ্যে সেই লালিগুৰ কাৰ সেয়া ওচৰচুবুৰীয়াই মন্তব্য কৰাৰ পৰা আতৰি থাকিল।খবৰ পাই টীয়ক আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।

Last Updated : Mar 10, 2019, 9:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.