ETV Bharat / state

মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবী লাচিত সেনাৰ - lachit sena

জাতিদ্ৰোহী সৰ্বানন্দ, হিমন্তৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰাৰ বিৰুদ্ধে উচতনিমূলক বক্তব্য ৰখা বিধায়ক মৃনাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবী লাচিত সেনাৰ ৷ শুকুৰবাৰে লাচিত সেনা,অসমৰ টীয়কৰ উপমুখ্য কাৰ্যালয়ত সংগঠনটোৱে আয়োজন কৰা এখন সংবাদমেলত এই আহ্বান জনায় সংগঠনটোৱে

মৃণাল শইকীয়া
মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবী লাচিত সেনাৰ
author img

By

Published : Dec 27, 2019, 11:38 PM IST

নগাঁও, 27 ডিচেম্বৰঃ মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ কৰিলে লাচিত সেনাই । শুকুৰবাৰে কামপুৰত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে বীৰ লাচিত সেনাই । লগতে সংবাদ মেলত বিধায়ক মৃণাল শইকীয়াৰ লগতে তুলাধূনা দিলে ৰাহুল গান্ধীক ।

উল্লেখ্য যে, বিজেপিৰ এজনক মাৰিলে দহ জনক মাৰিম, এটা ঘৰ জ্বলালে দহটা ঘৰ জ্বলোৱা হ'ব বুলি চাবুৱা সমষ্টিত অনুষ্ঠিত হোৱা বিজেপি সভাত মৃণাল শইকীয়াই কোৱা উচতনিমূলক ভাষ্যৰ বাবেই শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনায় বীৰ লাচিত সেনাই ।

ইফালে বিজেপিৰ দুৰ্বলতাৰ সুযোগ লৈ অসমত আহি বিভাজনৰ ৰাজনীতি কৰিব বিচৰা ৰাহুল গান্ধীক স্পষ্ট ভাষাৰে কয় যে, অসমলৈ আহি প্ৰথমে ৮৫৫ জন শ্বহীদৰ ওচৰত ক্ষমা খোজক তাৰ পিছত মেল মিটিং কৰক । অন্যথা বৰঝাৰ বিমান বন্দৰৰ পৰাই উলটি যাওঁক বুলি সকীয়াই দিয়ে লাচিত সেনাই ।

মৃণাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবী লাচিত সেনাৰ

টীয়ক, 27 ডিচেম্বৰঃ উচতনিমূলক বক্তব্য ৰখা বিধায়ক মৃনাল শইকীয়াক গ্ৰেপ্তাৰৰ দাবী লাচিত সেনাৰ ৷ শুকুৰবাৰে লাচিত সেনা, অসমৰ টীয়কৰ উপমুখ্য কাৰ্যালয়ত সংগঠনটোৱে আয়োজন কৰা এখন সংবাদমেলত এই আহ্বান জনায় সংগঠনটোৱে ।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত গুৱাহাটীত সংঘটিত হিংসাত্মক কাৰ্যত তৃতীয় পক্ষ জড়িত থকা বুলি যি প্ৰচাৰ চলাইছে চৰকাৰে সেই তৃতীয় পক্ষ আন কোনো নহয় চৰকাৰেই বুলি দাবী কৰে লাচিত সেনাৰ সৰ্বাধিনায়ক অমৰ বৰুৱাই । জাতি-জনগোষ্ঠীক ভাগ-ভাগ কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহনৰ হুংকাৰ দিয়ে সংগঠনটোৱে । ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা আঞ্চলিক দল অগপৰ তিনি মন্ত্ৰীৰ ভূমিকাৰ বিৰুদ্ধে সৰৱ লাচিত সেনাই এই তিনি মন্ত্ৰীৰ বিৰুদ্ধেও ন্যায়ালয়লৈ যোৱাৰ ভাবুকি দিয়ে । ৫ জানুৱাৰীৰ পৰা সংগঠনটোৱে গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে সংবাদমেলত ।

Intro:বঢ়মপুৰৰ কামপুৰত বীৰ লাচিত সেনাৰ সংবাদ মেল। সংবাদ মেলত তুলাধূনা কৰিলে খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে ৰাহুল গান্ধীক।

Anchor =কামপুৰত বীৰ লাচিত সেনাৰ সংবাদ মেল। সংবাদ মেলত তুলাধূনা কৰিলে খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে ৰাহুল গান্ধীক। মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ঘোষণা লাচিত সেনাৰ। বিজেপি এজনক মাৰিলে দহ জনক মাৰিম, এটা ঘৰ জ্বলালে দহটা ঘৰ জ্বলোৱা হব বুলি চাবুৱা সমষ্টিত অনুষ্ঠিত হোৱা বিজেপি সভাত মৃণাল শইকীয়াই কোৱা
উচতনি মূলক ভাষ্যৰ বাবে শীঘ্ৰে দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনায় সংবাদ মেলৰ জৰিয়তে। যি সময়ত শিক্ষা লাভ কৰিব লাগিছিল সেই সময়ত বেয়া কামত জড়িত হৈ থকাৰ বাবে হিচাপ নজনা অৰ্থাৎ অংক নজনা বিধায়ক বুলি মন্তব্য কৰে লাচিত সেনাই। ইফালে বিজেপিৰ দুৰ্বলতাৰ সুযোগ লৈ অসমত আহি বিভাজনৰ ৰাজনীতি কৰিব বিচৰা ৰাহুল গান্ধীক স্পষ্ট ভাষাৰে কয় যে অসমলৈ আহি প্ৰথমে ৮৫৫ জন শ্বহীদৰ ওচৰত ক্ষমা খোজক তাৰ পিছত মেল মিটিং কৰক। অন্যথা বৰঝাৰ বিমান বন্দৰৰ পৰাই উলটি যাওক বুলি লাচিত সেনাই সকীয়াই দিয়ে।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.