ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যক্ষ্মা ৰোগৰ সজাগতা অনুষ্ঠান

author img

By

Published : Jan 25, 2021, 7:44 PM IST

সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ‘টিবি হাৰেগা দেশ জিতেগা’ আঁচনিৰ অধীনত যক্ষ্মা ৰোগৰ এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ যক্ষ্মা ৰোগী সকলক এই ৰোগক লৈ শংকিত নহ’বলৈ তথা ৰোগটোৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিবলৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ ৷

As_jrt_jorhat-tb-awareness-campaign_vis_AS10039
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যক্ষ্মা ৰোগৰ সজাগতা অনুষ্ঠান

যোৰহাট,25 জানুৱাৰী : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যক্ষ্মা ৰোগৰ সজাগতা অনুষ্ঠান ৷ বিভিন্ন সময়ত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীয়ে এই ৰোগক লৈ চিন্তিত হৈ পৰে ৷ ‘টিবি হাৰেগা দেশ জিতেগা’ আঁচনিৰ জৰিয়তে জৰিয়তে যক্ষ্মা ৰোগী সকলক এই ৰোগক লৈ শংকিত নহ’বলৈ তথা ৰোগটোৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিবলৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ ৷ ইয়াৰ উপৰিও এই সজাগতা অনুষ্ঠানৰ জৰিয়তে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই যি সকল ব্যক্তি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈ উঠিছে তেওঁলোকক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি ৰাইজক এই ৰোগ হ’লে কৰণীয় সমূহৰ বিষয়ে বিষদভাৱে বুজাই ৰাইজৰ মাজত সজাগতা আনিবলৈ অনুৰোধ জনায়।

সোমবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভা সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ পূৰ্ণিমা শইকীয়া, ডাঃ পংকজ বৰুৱা লগতে বহু কেইজন চিকিৎসক তথা বৰ্তমান সুস্থ হৈ উঠা যক্ষ্মা ৰোগী ৷

লগতে পঢ়ক-অসম আৰক্ষীৰ কেইবাগৰাকীয়ো বিষয়ালৈ বিশেষ ৰাজ্যিক সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.