ETV Bharat / state

যোৰহাটত ৰেপিড গণ স্বাৱ পৰীক্ষা,সামাজিক দূৰত্বৰ নামত ভেকোভাওনা - সামাজিক দূৰত্বৰ নামত ভেকোভাওনা

যোৰহাটত দেওবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানৰ সকলো কৰ্মচাৰী লগতে স্বতাধীকাৰ সকলৰ কৰ'ণা টেষ্ট কৰাটো বাধ্যতামূলক হিচাবে নিৰ্দেশনা জাৰি কৰে । কিন্তু টেষ্টৰ সময়ত কোনো লোকে সামাজিক দূৰত্ব বজাই নাৰাখে বুলি মত প্ৰকাশ সচেতন নাগৰিকৰ ৷

সামাজিক দূৰত্ব নামত ভেকো ভাওনা
সামাজিক দূৰত্ব নামত ভেকো ভাওনা
author img

By

Published : Aug 9, 2020, 3:36 PM IST

যোৰহাট, 9 আগষ্টঃ যোৰহাটত ৰেপিড গণ স্বাৱ পৰীক্ষা । সামাজিক দূৰত্ব নামত ভেকোভাওনা । কৰ'ণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মুল তিনিটা প্ৰধান অভ্যাসৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বাৰে বাৰে স্বাস্থ্য বিভাগে প্ৰচাৰ কৰি আহিছিল । ইয়াৰ ভিতৰত সঘনাই হাত ধোৱা,মুখত মাক্স পৰিধাণ কৰা,জন সমাগত সামাজিক দূৰত্ব বজাই ৰখা । কিন্তু এতিয়া সাধাৰণ মানুহে এইবোৰ কথা শুনি গুৰুত্ব আৰোপ নকৰা হ'ল । তাৰ স্পষ্ট প্ৰমাণ দেখা পোৱা গ'ল যোৰহাট চহৰত ।

উল্লেখ্য যে, চহৰখনত ১০ আগষ্ট পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰিছিল জিলা প্ৰশাসনে । কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সকলো কৰ্মচাৰী লগতে স্বতাধিকাৰী সকলৰ কৰ'ণা টেষ্ট কৰাটো বাধ্যতামূলক হিচাবে নিৰ্দেশনা জাৰি কৰিছিল । তাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে চহৰখনৰ বিভিন্ন অঞ্চলত ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰে । ইতিমধ্যে ইয়াৰ সহাৰি জনাই সকলো আগবাঢ়ি আহিছে যদিও পৰীক্ষাস্থলীত দেখা পোৱা গ'ল বিপৰীত ছবি । কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নাৰাখি পৰীক্ষাৰ বাবে উপস্থিত হয় লোকসকলক ৷

লগতে পঢ়কঃ চিপ লোৱা অৱস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট নাবালিকাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.