ETV Bharat / state

যোৰহাট মেডিকেল কলেজত অঘটন - Fire

'বেবী আই চি ইউ' ত অগ্নিকাণ্ড

যোৰহাট মেডিকেল কলেজত অঘটন
author img

By

Published : Feb 10, 2019, 6:42 PM IST

যোৰহাট, ১০ ফেব্ৰুৱাৰীঃ যোৰহাট মেডিকেল কলেজ হাস্পতালত অগ্নিকাণ্ডৰ ঘটনা। চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হ'ল বেবি আই চি ইউ কক্ষত । অগ্নিকাণ্ডৰ সময়ত প্ৰায় ২০ জনতকৈও অধিক শিশু চিকিৎসাধীন হৈ আছিল। জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত ধোৱাৰে আৱৰি ধৰিছিল আই চি ইউ কক্ষটো । অগ্নিকাণ্ডৰ ফলত হুৱাদুৱা লাগে ৰোগী সকলৰ মাজত ।

যোৰহাট মেডিকেল কলেজত অঘটন
undefined

পিচত বৈদ্যুতিক বিভাগৰ কৰ্মীয়ে ততাতয়াকৈ অন্য কৰ্মীৰ সহযোগত পৰিস্থিতি মোকাবিলা কৰাত কথমপি ৰক্ষা পৰে বৃহৎ অঘটনৰ পৰা । কিন্তু এই ঘটনাক গাপ দিয়াৰ চেষ্টা চিকিৎসা কৰ্তৃপক্ষৰ । সাধাৰণ ঘটনা বুলি দায় সৰা মন্তব্য কতৃপক্ষৰ । প্ৰায় আধা ঘণ্টা ধৰি ধোৱা নিৰ্গত হৈছিল আছিল বুলি স্বীকাৰ কৰে বিদ্যুৎ বিভাগৰ কৰ্মীয়ে ।

যোৰহাট মেডিকেলৰ বেবী আই চি ইউ ত অগ্নিকাণ্ড
---------------------------------

OcVo: বিতৰ্কই লগ নেৰা  যোৰহাট মেডিকেলৰ বেবী আই চি ইউ ত পুনৰ সংঘটিত হল  অগ্নিকাণ্ডৰ ঘটনা  ।  দেওবাৰে দুপৰীয়া  Icu ৰ ভিতৰতে  চৰ্ট চাৰ্কিট হৈ এই অগ্নিকাণ্ডৰ সৃষ্টি হয়  । অগ্নিকাণ্ডৰ ফলত  ধোৱাৰে আবৰি ধৰে বেবী Icu টো ।সেই সময়ত Icuত  চিকিৎসাধীন হৈ আছিল
কুৰিটাৰো  অধিক শিশু । ধোৱাৰে ধুষৰিত হৈ পৰা সমগ্ৰ Icu টোত হুৱাদুৱা লাগে । বৈদ্যুতিক বিভাগৰ কৰ্মীয়ে icu ৰ আন কৰ্মীৰ সৈতে লগ লাগি পৰিস্থিতি মোকাবিলা কৰাত অধিক অঘটনৰ পৰা কথমপি ৰক্ষা হয় । কিন্তু এই ঘটনাক গাপ দিয়াৰ চেষ্টা  কৰ্তৃপক্ষৰ । এটা সাধাৰণ ঘটনা বুলি দায়সৰাৰ চেষ্টা । বিদ্যুত বিভাগৰ কৰ্মীয়ে বিদ্যুতিক বিসংগতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱা আৰু আধাঘন্টাৰো অধিক সময় ধোৱা নিৰ্গত হোৱা বুলি স্বীকাৰ কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.