ETV Bharat / state

যোৰহাটৰ ৰাজহুৱা ভূমি বহিৰাগতক গতাই দিয়াৰ অভিযোগ

author img

By

Published : Dec 3, 2020, 3:47 PM IST

যোৰহাটৰ বাছ আস্থানৰ ভূমি বহিৰাগতক গতাই দিয়াৰ অভিযোগ এগৰাকী অধিবক্তাৰ ৷ JDA ৰ চেয়াৰমেন প্ৰশান্ত গোস্বামী আৰু একাংশ প্ৰশাসনিক বিষয়াই মিলি গোপনে বহিৰাগতক মাটি হস্তান্তৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তা গৰাকীয়ে ৷

jorhat-jda-corruption
যোৰহাটৰ ৰাজহুৱা ভূমি বহিৰাগতক গতাই দিয়াৰ অভিযোগ

যোৰহাট, 3 ডিচেম্বৰ : যোৰহাট জিলাৰ ৰাজহুৱা বাছ আস্থানৰ 14 বিঘা 3 কঠা 12 লেচা মাটি বহিৰাগতক গতাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ এই গুৰুতৰ অভিযোগ জ্যেষ্ঠ অধিবক্তা ৰিন্টু গোস্বামীৰ । JDA ৰ চেয়াৰমেন প্ৰশান্ত গোস্বামী আৰু একাংশ প্ৰশাসনিক বিষয়াই মিলি গোপনে বহিৰাগতক মাটি হস্তান্তৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তা গৰাকীয়ে ৷

অধিবক্তা গৰাকীৰ মন্তব্য

ৰাজহুৱা বাছ আস্থানৰ ভূমি বহিৰাগত বনিয়া নিতীশ জৈনক বিলাসী ফ্লেট বনাবৰ বাবে দিয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ এই ক্ষেত্ৰত অধিবক্তা গৰাকীয়ে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী আৰু প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীক অৱগত কৰিছে যদিও তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বলি ক’লে জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে ৷

লগতে পঢ়ক : স্থানীয় পাৰ্কত অনুশীলন অব্যাহত বক্সাৰ সৰবজিৎ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.