ETV Bharat / state

বন্যহস্তীৰ আক্ৰমণত বিধস্ত মটৰ চাইকেল : কথমপি প্ৰাণ ৰক্ষা দুজনৰ

author img

By

Published : Sep 27, 2019, 7:23 AM IST

Updated : Sep 27, 2019, 7:57 AM IST

যোৰহাটৰ মৰিয়নীৰ ঘাইপথত বন্যহস্তীৰ আক্ৰমণত দুজন যুৱক আহত হোৱাৰ লগতে যুৱক দুজনৰ বাহন খন সম্পূৰ্ণৰূপে বিধস্ত হয় ৷

যোৰহাটৰ মৰিয়নীৰ ঘাইপথত বন্যহস্তীৰ সন্ত্ৰাস

যোৰহাট, 27 ছেপ্টেম্বৰ : যোৰহাট মৰিয়নীৰ ঘাইপথত বন্যহস্তীৰ তাণ্ডৱ ৷ বৃহস্পতিবাৰে সন্ধিয়া খাদ্যৰ সন্ধানত কাটনিবাৰী চাহ বাগিচাৰ সমীপৰ যোৰহাটৰ মৰিয়নীৰ ঘাইপথত ওলাই অহা এটা বন্যহস্তীয়ে তাণ্ডৱ চলাই ৰাজপথত ৷ তথ্য অনুসৰি, মৰিয়নীৰ দিশৰ পৰা দুচকীয়া বাহনত দুজন যুৱক আহি থকা অৱস্থাতে হঠাৎ বন্যহস্তীটোৱে আক্ৰমণ কৰাৰ চেষ্টা কৰে আৰু সেই সময়তে বাইক আৰোহী দুজনে হাটীটোক খুণ্ডা মাৰে ৷ বাইকৰ খুন্দা খাই বনৰীয়া হাতীটোৱে যুৱক দুজনক আক্ৰমণ কৰাৰ উদ্দেশ্যেৰে পুনৰ খেদি আহে ৷ কিন্তু যুৱক দুজনে ঘটনাস্থলীৰ পৰা কথমপি পলাই আহিবলৈ সক্ষম হয় যদিও বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে বিধস্ত হয় বাইকখন ৷ ইফালে ৰাইজ বন্যহস্তীৰ আতংকত ত্ৰস্তমান হৈ থকাৰ বিপৰীতে বনবিভাগে এই পৰ্যন্ত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷

বন্যহস্তীৰ আক্ৰমণত বিধস্ত মটৰ চাইকেল

Intro:Elephant attack bike

হাতীৰ আক্ৰমণত বিধ্বস্ত মটৰচাইকেল : কথমপি প্ৰাণ ৰক্ষা দুজনৰ।

আজি সন্ধিয়া কাটনিবাৰী চাহবাগিচাৰ সমীপৰ যোৰহাট মৰিয়নী ঘাই পথত বন্যহস্তীৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা দুজন যুৱকৰ। জানিব পৰা মতে মৰিয়নী দিশৰ পৰা AS03 P 9675 নম্বৰৰ hero honda splender বাইক লৈ দুজন যুৱক যোৰহাট অভিমুখে গৈ থকাৰ অবস্থাত কাটনিবাৰী চাহ বাগিচাৰ সমীপত পথৰ মাজত হঠাৎ এটা বনৰীয়া আবিৰ্ভাৱ হয়। হঠাৎ পথৰ মাজত বনৰীয়া হাতীটো দেখি দিকবিদিক হেৰুৱাই হাতীটোক খুন্দা মাৰে বাইক আৰোহি দুজনে। বাইকৰ খুন্দা খাই বনৰীয়া হাতীটোৱে যুৱক দুজনলৈ উদ্দেশ্য কৰি চোঁচ লয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে যদিও বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় বাইক খন।

Bite :- স্থানীয়লোক

Ranjit Borah
MarianiBody:Elephant attack bike

MarianiConclusion:
Last Updated : Sep 27, 2019, 7:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.