ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হেলিকপ্তাৰ - ৰাজনৈতিক নেতা,দল-সংগঠন

ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজনৈতিক নেতাসকলৰ বাবে সাজু হেলীকপ্টাৰ ৷ কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফৰ বাবে পৃথকে পৃথকে সাজু হেলিকপ্তাৰ

নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হেলিকপ্তাৰ
author img

By

Published : Mar 29, 2019, 5:23 PM IST

যোৰহাট,২৯ মাৰ্চঃআগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । ৰাজ্যত ২৮ মাৰ্চৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ । এই নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যৰ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি সকলো দল-সংগঠনৰ ব্যস্ততা বঢ়াৰ সমান্তৰালকৈ ব্যাপক মাত্ৰাত বৱহাৰ কৰা হৈছে হেলিকপ্তাৰসমূহো।

নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হেলিকপ্তাৰ
ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন ঠাইতনিৰ্বাচনী প্ৰচাৰৰ বাবে দল সংগঠনে সাজু কৰি তুলিছে হেলিকপ্তাৰ সমূহ। আনহাতে, ২৮ মাৰ্চত যোৰহাট আৰু কলিয়াবৰত বিজেপিৰ হৈ যোৱা নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ বাবে ব্যৱহাৰ কৰা হয় তিনিখনকৈ হেলিকপ্তাৰ । আকৌ, এ.আই.ইউ.ডি.এফ.ৰ সভাপতি আজমল আৰু কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েওনিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু কৰি তুলিছে হেলিকপ্তাৰ । এনেদৰেই এতিয়া সৰ্বত্ৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু কৰি তোলা হৈছে হেলিকপ্তাৰসমূহ ।

ৰাজ্যৰ আকাশত এতিয়া ট্ৰৈফিক জাম।।নিৰ্বাচনী প্ৰচাৰৰ নামত অপচয় কোটি কোটি টকাৰ।।।

শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া গৰম নিৰ্বাচনী বতাহ।।ৰাইজৰ ধনৰ শৰাধৰ মহাযজ্ঞ আৰম্ভ।।ৰাজ্যৰ আকাশত এতিয়া হেলিক্পাৰৰ সঘন অহাযোৱা।নিৰ্বাচন প্ৰচাৰ স্হলীত অস্হায়ী হেলীপেড।।২৮ মাৰ্চত আৰম্ভণি হোৱা নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ ব্যস্ততাৰ শেষ নাই।মাথোঁ ভোটাৰক আৰ্কষিত কৰি নিজৰ দলৰ প্ৰাৰ্থীক জয়ৰ মুখ দেখুৱাৰ।২৮ মাৰ্চত যোৰহাট, কলিয়াবৰত বিজেপিৰে কৰা নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ তিনিখনকৈ হেলীকপ্টাৰ।।মুখ্যমন্ত্ৰী সৰ্বানন্দ, হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ কেন্দ্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ হেলীকপ্টাৰ।আনহাতে এ আই ইউ ডি ফৰ সভাপতি আজমল,কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাবেও এখন হেলীকপ্টাৰ ইতিমধ্যে বুকিং হৈ গৈছে।অসমৰ নিৰ্বাচন মানে যেন আকাশত এতিয়া চৰাই চিৰিকটিকৈ বেছি উৰিব হেলীকপ্টাৰ।প্ৰথম পয্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহন হব ১১ এপ্ৰিলত।মাজত মাথো দুটামান দিনহে।নিৰ্বাচনৰ প্ৰচাৰৰ পৰিৱেশ পকি উঠিছে।।দ্বিতীয় আৰু তৃতীয় পয্যায়ৰ প্ৰচাৰ আৰম্ভণি আছেই।এতিয়াই যদি ৰাজ্যৰ আকাশত ট্ৰৈফিক জাম শেষ পয্যায়ৰ নিৰ্বাচনৰ সময়লৈকে ৰাজ্যৰ আকাশত চৰাই উৰিবলৈয়ো ভয় হবগৈ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.