ETV Bharat / state

যোৰহাট পবিত্ৰ ঈদৰ সমূহীয়া নামাজ

সমগ্ৰ বিশ্বৰ লগতে অসমৰ প্ৰান্তে প্ৰান্তেও সোমবাৰে পালন কৰা হয় পবিত্ৰ ঈদ উজ জোহা ৷

যোৰহাট পবিত্ৰ ঈদৰ সমূহীয়া নামাজ
author img

By

Published : Aug 12, 2019, 10:11 AM IST

যোৰহাট,12 আগষ্টঃ বিশ্বৰ ত্যাগ আৰু ভাতৃত্বৰ বোধৰ উৎসৱ পৱিত্ৰ ঈদ উজ জোহা পালন কৰে যোৰহাট জিলাত । যোৰহাটৰ ঈদ গাহত ইম্মাম মৌলানা ফজৰুল হকে সমূহীয়া নামাজ কৰে । সমূহীয়া নামাজত যোৰহাট চহৰখনৰ প্ৰায় 5 সহস্ৰাধিক ইছলাম ধৰ্মীয় লোকে অংশগ্ৰহণ কৰে ।

যোৰহাট পবিত্ৰ ঈদৰ সমূহীয়া নামাজ

যোৰহাট,12 আগষ্টঃ বিশ্বৰ ত্যাগ আৰু ভাতৃত্বৰ বোধৰ উৎসৱ পৱিত্ৰ ঈদ উজ জোহা পালন কৰে যোৰহাট জিলাত । যোৰহাটৰ ঈদ গাহত ইম্মাম মৌলানা ফজৰুল হকে সমূহীয়া নামাজ কৰে । সমূহীয়া নামাজত যোৰহাট চহৰখনৰ প্ৰায় 5 সহস্ৰাধিক ইছলাম ধৰ্মীয় লোকে অংশগ্ৰহণ কৰে ।

যোৰহাট পবিত্ৰ ঈদৰ সমূহীয়া নামাজ
সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো উদযাপন পালন প্ৰবিত্ৰ ঈদ উল জোহাৰ।।

বিশ্বৰ ত্যাগ আৰু ভাতৃত্বৰ বোধৰ উৎসৱ প্ৰৱিত্ৰ ঈদ উল জোহা পালন কৰে যোৰহাট জিলাত।যোৰহাটৰ ঈদ গাহত ইম্মাম মৌলানা ফজৰুল হকে সমুহীয়া নামজ কৰে।সমূহীয়া নামাজত যোৰহাট চহৰখনৰ প্ৰায় ৫ সহ্ৰাসাধীক ইছলাম ধৰ্মীয় লোকে অংশগ্ৰহণ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.