ETV Bharat / state

অৰ্থৰ অভাৱঃ অসুস্থ পুত্ৰক সুস্থ কৰি তুলিবলৈ অপৰাগ পিতৃ-মাতৃ - ব্ৰেইন টিউমাৰত আক্ৰান্ত যোৰহাটৰ ৰূপজ্যোতি

ৰোগীয়া পুত্ৰক সুস্থ কৰি তুলিবলৈ যিমান পাৰে চেষ্টা কৰিছে পিতৃ মাতৃয়ে ৷ কিন্তু আৰ্থিকভাৱে দুৰ্বল হোৱাৰ ফলত পুত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত বাধা আহি পৰিছে ৷

Jorhat boy Rupjyoti das suffering in brain tumor
যোৰহাট
author img

By

Published : May 14, 2020, 11:05 PM IST

যোৰহাট, 14 মে' : যোৰহাট গড়মূৰৰ গ্ৰীণ পাৰ্কৰ নিবাসী কাৰ্টিক দাস আৰু গীতা দাসৰ একমাত্র পুত্র ৰূপজ্যোতি দাস ব্ৰেইন টিউমাৰত আক্ৰান্ত ৷ ৰোগীয়া পুত্ৰক সুস্থ কৰি তুলিবলৈ যিমান পাৰে চেষ্টা কৰিছে পিতৃ মাতৃয়ে ৷ কিন্তু আৰ্থিকভাৱে দুৰ্বল হোৱাৰ ফলত পুত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত বাধা আহি পৰিছে ৷ ফেব্ৰুৱাৰী মাহত হঠাৎ অসুস্থ হৈ পৰা পুত্ৰক সুস্থ কৰি তুলিবলৈ ইতিমধ্যে বহু টকা পানীত পেলাইছে পৰিয়ালটোৱে ৷ ১০-১২ লাখ টকা খৰচৰ পাছতো সুস্থ হোৱা নাই ৰূপজ্যোতি ৷

যোৰহাট
এতিয়া ঘৰ-মাটি সকলো হেৰুৱাই স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত অসমবাসী ৰাইজৰ আগত সহায় বিছাৰিছে সৰ্বশ্ৰান্ত পৰিয়ালটোৱে । যদি কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে, তেনেহ'লে KARTICK DAS. AC/NO: 406210514444285. IFC CODE: BKID0004062. BANK NAME: BANK OF INDIA. DEWAL ROAD BRANCH ত সহায় কৰিব পাৰিব ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.