ETV Bharat / state

মেৰাপানীত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ

author img

By

Published : Oct 18, 2021, 9:11 PM IST

শনিবাৰে মেৰাপানীত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট ৷ মেৰাপানী আৰক্ষী আৰু CRPF ৰ যুটীয়া অভিযানত উদ্ধাৰ নিচা জাতীয় টেবলেটখিনি ৷ মেৰাপানী টাউনৰ মাজমজিয়াৰ এটা বাসগৃহত চলোৱা হৈছে অভিযানটো ৷

huge quantity of narcotic tablets seized in merapani
মেৰাপানীত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ

তিতাবৰ, 18 অক্টোবৰ : শনিবাৰে মেৰাপানীত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট ৷ মেৰাপানী আৰক্ষী আৰু CRPF ৰ যুটীয়া অভিযানত উদ্ধাৰ নিচা জাতীয় টেবলেটখিনি ৷ মেৰাপানী টাউনৰ মাজমজিয়াৰ এটা বাসগৃহত চলোৱা হৈছে অভিযানটো ৷

আৰক্ষীৰ সূত্ৰই সদৰী মতে, এক গোপন খবৰৰ ভিত্তি চলোৱা অভিযানটো স্পাচম' প্ৰক্সিভান আৰু নাইট্ৰচান নামৰ প্ৰায় পাঁচ হাজাৰোধিক নিষিদ্ধ টেবলেট জব্দ কৰা হয় ৷ পিচতে অভিযানৰ উমান লাভ কৰি সৰবৰাহকাৰীটো পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ সৰবৰাহকাৰীটোৰ নাম লুটে গুৰুং বুলি জানিব পৰা গৈছে ৷

অভিযান কালত নিচা জাতীয় সামগ্ৰীখিনিৰ উপৰিও 13 হাজাৰ টকা আৰু এখন স্কুটি জব্দ কৰে আৰক্ষীয়ে ৷ নিচাজাতীয় টেবলেটখিনি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহৰ কৰাৰ বাবে প্ৰস্তুতি চলাইছিল বুলি জানিবলৈ দিছে আৰক্ষী সূত্ৰই ৷

লগতে পঢ়ক: অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.