ETV Bharat / state

মৰিয়নীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

author img

By

Published : Mar 8, 2021, 4:16 PM IST

নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ সময়তে মৰিয়নীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ হৈছে ৷ মৰিয়নীৰ নিউ সোনোৱালত ফ্লায়িং স্কোৱাডৰ টিমে উদ্ধাৰ কৰিছে নগদ আঠ লাখ পঞ্চাশ হাজাৰ টকা ৷

huge amount of money seized in mariani at a time

যোৰহাট, 8 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ সময়তে মৰিয়নীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰা হৈছে ৷ মৰিয়নীৰ নিউ সোনোৱালত ফ্লায়িং স্কোৱাডৰ টিমে সোমবাৰে নগদ আঠ লাখ পঞ্চাশ হাজাৰ টকা উদ্ধাৰ কৰে ৷

ফ্লায়িং স্কোৱাডৰ টিমে উদ্ধাৰ কৰিছে নগদ আঠ লাখ পঞ্চাশ হাজাৰ টকা

প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে নাগালেণ্ডৰ পৰা এখন বলেৰ' বাহনৰ পৰা ফ্লায়িং স্কোৱাডৰ টিমে ধনখিনি জব্দ কৰে ৷ ধনখিনি লৈ অনা বাহনখনৰ নম্বৰ AS- 01BQ - 9143 ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ তদন্তৰ শেষতহে ধনখিনি বৈধ নে অবৈধ সেই কথা জানিব পৰা যাব ৷

লগতে পঢ়ক: যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.