যোৰহাট, 3 চেপ্তেম্বৰঃ টিয়কৰ নৃশংস কাণ্ডৰ বুজ লবলৈ যোৰহাটত উপস্থিত ইণ্ডিয়ান মেডিকেল এচ'চিয়েচনৰ দল ৷ দিল্লীৰ পৰা অহা দল টোত আছে IMA ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডাঃ আৰ. এন. টেণ্ডন আৰু বিত্ত সম্পাদক ডাঃ ৰমেশ দত্ত ৷ লগতে আছে ৰাজ্যিক সমিতিৰ সভাপতি ডাঃ সত্যজিৎ বৰা আৰু সম্পাদক ডাঃ হেমাংগ বৈশ্য ৷ যোৰহাটৰ Doctor's Clubত চিকিৎসক সকলৰ লগত আলোচনাত মিলিত হয় IMA ৰ দলটো । অপৰাধীক ফাষ্টট্ৰেক আদালতৰ জড়িয়তে শাস্তি প্ৰদান আৰু ৰাজ্য চৰকাৰক চিকিৎসকৰ সুৰক্ষাৰ দিশটো চকু ৰাখিবৰ বাবে আহ্বান । অদূৰ ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া লক্ষণীয় হ'ব ।
যোৰহাটত ইণ্ডিয়ান মেডিকেল এচ'চিয়েচনৰ দল
যোৰহাটৰ Doctor's Clubত চিকিৎসক সকলৰ লগত আলোচনাত মিলিত হয় IMA ৰ দল ।
যোৰহাট, 3 চেপ্তেম্বৰঃ টিয়কৰ নৃশংস কাণ্ডৰ বুজ লবলৈ যোৰহাটত উপস্থিত ইণ্ডিয়ান মেডিকেল এচ'চিয়েচনৰ দল ৷ দিল্লীৰ পৰা অহা দল টোত আছে IMA ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডাঃ আৰ. এন. টেণ্ডন আৰু বিত্ত সম্পাদক ডাঃ ৰমেশ দত্ত ৷ লগতে আছে ৰাজ্যিক সমিতিৰ সভাপতি ডাঃ সত্যজিৎ বৰা আৰু সম্পাদক ডাঃ হেমাংগ বৈশ্য ৷ যোৰহাটৰ Doctor's Clubত চিকিৎসক সকলৰ লগত আলোচনাত মিলিত হয় IMA ৰ দলটো । অপৰাধীক ফাষ্টট্ৰেক আদালতৰ জড়িয়তে শাস্তি প্ৰদান আৰু ৰাজ্য চৰকাৰক চিকিৎসকৰ সুৰক্ষাৰ দিশটো চকু ৰাখিবৰ বাবে আহ্বান । অদূৰ ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া লক্ষণীয় হ'ব ।
@ টিয়কৰ নৃশংস কাণ্ড ৰ বুজ লবলৈ যোৰহাট ত উপস্থিত India Medical Association ( IMA) ৰ দল
* দিল্লী ৰ পৰা অহা দল টোত আছে IMA ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক Dr. R .N Tendon ,
বিত্ত সম্পাদক Dr. Ramesh Dutta , লগতে ৰাজ্যিক সমিতিৰ সভাপতি Dr. Satyajit Bora. সম্পাদক Dr. He manga Boishya.
*যোৰহাটৰ Doctor's club ত চিকিৎসক সকলৰ লগত আলোচনা ত মিলিত হয় IMA ৰ দল।
*দোষী অপৰাধীক ফাষ্টেট আদালত ৰ জড়িয়তে শাস্তি প্ৰদান আৰু ৰাজ্য চৰকাৰক চিকিৎসকৰ সুৰক্ষা ৰ দিশ টো চকু ৰাখিবৰ বাবে আহ্বান।।।Conclusion:অদূৰ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰবাবে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া লক্ষণীয় হব।