ETV Bharat / state

ঠেলাই লগালে লেঠা, ক'ত আৰু কিয়? - দলং

দলং ভাঙি পৰাৰ ফলত কেইবাজনো বৰযাত্ৰীয়ে সামান্য পৰিমাণে আঘাত পায় ৷ দীৰ্ঘদিন ধৰি প্ৰায় 10-12 খন গাঁৱৰ ৰাইজে টীয়ক, যোৰহাটলৈ আহ - যাহ কৰাৰ বাবে জাঁজী নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ বাবে দাবী জনাই আহিছিল এজাৰগুৰিবাসীয়ে ৷

টীয়কত বাঁহৰ দলং ভাঙি বৰযাত্ৰী আহত
author img

By

Published : Apr 20, 2019, 9:46 AM IST

টীয়ক , 20 এপ্ৰিল : গাড়ী নাযায় ৷ সেয়ে ব্যৱস্থা কৰা হ'ল ঠেলাৰ ৷ ঠেলাৰে দৰা ঠিকেই পাৰ হ'ল ৷ পিচে বৰযাত্ৰীৰ আনসকলৰহে লাগিল লেঠা ৷

টীয়কৰ এজাৰগুৰি অঞ্চলত দলঙৰ দুৰাৱস্থাৰ বাবে ঠেলাৰে পাৰ হ'বলগীয়া হ'ল দৰা ৷ বাঁহৰ দলংখনত গাড়ী নাযায় বাবে ঠেলাত উঠাই লৈ যোৱা হয় দৰাক ৷

টীয়কত বাঁহৰ দলং ভাঙি বৰযাত্ৰী আহত

কিন্তু দৰাৰ পাচে পাচে যোৱা বৰযাত্ৰীৰ ভৰত দলংখনৰ এটা অংশ ভাগি পৰে ৷ দলং ভাঙি পৰাৰ ফলত কেইবাজনো বৰযাত্ৰীয়ে সামান্য পৰিমাণে আঘাত পায় ৷ দীৰ্ঘদিন ধৰি প্ৰায় 10-12 খন গাঁৱৰ ৰাইজে টীয়ক, যোৰহাটলৈ আহ - যাহ কৰাৰ বাবে জাঁজী নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ বাবে দাবী জনাই আহিছিল এজাৰগুৰিবাসীয়ে ৷ কিন্তু ৰাইজৰ দাবীৰ পাচতো জাঁজী নৈৰ ওপৰত এখন দলঙৰ ব্যৱস্থা নকৰাত জৰাজীৰ্ণ ভগ্ন বাঁহৰ দলঙেৰেই ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷

Intro:Body:টীয়কৰ এজাৰগুৰিত জাঁজী নদীৰ ওপৰত থকা বাহৰ দলং ভাগি বৰযাত্ৰী আহত
TEOK:সম্পূৰ্ণ নীতি নিয়মেৰে আনন্দ ফুৰ্ত্তিৰে কইনা আনিবলৈ ওলাইছে বৰযাত্ৰী।কিন্তু এইবাৰ দৰা কোনো হাইটেক গাড়ীত উঠা নাই, দৰা আৰু সখী উঠিছে ঠেলাত,কিয়নো গাড়ীৰে জাঁজী নদী পাৰ হবলৈ নাই কোনো ব্যৱস্থা এই অঞ্চলত। সকলো ঠিকেই আছিল, জাঁজী নদীৰ ওপৰত স্হায়ী দলংৰ নথকাৰ বাবে বাঁহৰ দলঙেৰে ঠেলাত উঠি দৰা কন্যাৰ ঘৰলৈ পাৰ হৈছিল জাঁজী নদী। দৰাৰ সৈতে ঠেলাৰ পাছে পাছে অহা বৰযাত্ৰীৰ ভৰত ভাগি পৰে দলংৰ এক অংশ ।ফলত কেইবাজনো বৰযাত্ৰীয়ে সামান্য পৰিমাণে আঘাত পায় যদিও দুৰ্ঘটনাটোত সৌভাগ্য ক্ৰমে কোনো আঘাত পোৱা নাই দৰাজনে ।দীৰ্ঘদিন ধৰি প্ৰায় দহ /বাৰ খন গাঁৱৰ ৰাইজৰ টীয়ক ,যোৰহাটলৈ আহ-যাহ কৰাৰ একমাত্ৰ পথৰ জাঁজী নদীৰ ওপৰত এখন স্হায়ী দলং নিৰ্মাণ কৰাৰ বাবে এজাৰগুৰিবাসীয়ে দাবী জনোৱাৰ পাছতো স্হায়ী দলং নিৰ্মাণ নকৰাত ৰাইজে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.