টীয়ক,12জুনঃ
- টীয়কৰ জগদুৱাৰত ৰাজপথত ডিজেল পৰিবাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত
- টীয়কৰ জগদুৱাৰৰ দলংৰ সমীপত সংঘটিত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা
- নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ দাঁতিত বাগৰি পৰে ডিগবৈৰ পৰা গোলাঘাট দিশে গৈ থকা AS 03 D 1967 নম্বৰৰ ডিজেল পৰিবাহী টেংকাৰখন
- টেংকাৰ খনৰ পৰা নিৰ্গত হৈ আছে ডিজেল
- ৰাজপথতেই তেল বাগৰি পৰাৰ ফলত যিকোনো মুহূৰ্ততে হ'ব পৰা আসন্ন বিপদত শংকিত হৈ পৰিছে স্থানীয় লোক
- ঘটনাস্থলীত ইতিমধ্যেই উপস্থিত হৈছে আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনী