ETV Bharat / state

যোৰহাটত লায়ন্স ক্লাৱৰ বিনামূলীয়া ছেনিটাইজেশ্যন - যোৰহাটত লায়ন্স ক্লাৱৰ বিনামূলীয়া ছেনিটাইজেশ্যন

যোৰহাটত দেওবাৰে লায়ন্স ক্লাৱৰ বিনামূলীয়া ছেনিটাইজেশ্যন । বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী আৰু বে-চৰকাৰী প্ৰতিষ্ঠানসমূহ ছেনিটাইজ কৰে ক্লাৱটোৱে ৷

Free Senitization by lions club in Jorhat town
যোৰহাটত লায়ন্স ক্লাৱৰ বিনামূলীয়া ছেনিটাইজেশ্যন
author img

By

Published : Aug 9, 2020, 2:04 PM IST

যোৰহাট, 9 আগষ্ট: দেওবাৰে যোৰহাট চহৰত লায়ন্স ক্লাৱৰ উদ্যোগত সম্পন্ন হয় বিনামূলীয়া ছেনিটাইজেশ্যন প্ৰক্ৰিয়া । বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী আৰু বে-চৰকাৰী প্ৰতিষ্ঠানসমূহত সম্পন্ন কৰা হয় এই ছেনিটাইজেশ্যন প্ৰক্ৰিয়া ।

যোৰহাটত লায়ন্স ক্লাৱৰ বিনামূলীয়া ছেনিটাইজেশ্যন

উল্লেখ্য যে, যোৰহাটৰ আগৰণুৱা ক্লাৱসমূহৰ ভিতৰত লায়ন্স ক্লাৱো অন্যতম । বিভিন্ন সময়ত জনহীতাৰ্থে কাম কৰি অহা এই ক্লাৱৰ কৰ্মকৰ্তাসকলে কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ সময়ত হাত সাবটি বহি নাথাকি ওলাই আহিল সমাজৰ বাবে । যোৰহাটৰ বিভিন্ন চৰকাৰী আৰু বে-চৰকাৰী কাৰ্যালয়, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, ধৰ্মীয় অনুষ্ঠানৰ লগতে সমগ্র চহৰখনৰ বিভিন্ন বাট-পথসমূহ বিনামূলীয়াকৈ ছেনিটাইজ কৰে ক্লাৱটোৱে ৷

এনেধৰণৰ জনহীতাৰ্থে কাম কৰি সচেতন মহলৰ মাজত ব্যাপক চৰ্চা আৰু সমাদৰ লাভ কৰিছে লায়ন্স ক্লাৱে ।

লগতে পঢ়ক: মৰ্মান্তিক : দৰিদ্ৰতাৰ বাবে ঠেলাৰে মৃতদেহ কঢ়িয়ালে আত্মীয়ই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.