ETV Bharat / state

বানাক্ৰান্তৰ কাষত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী

author img

By

Published : Jul 13, 2020, 4:28 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ যোৰহাট জিলাতো বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ ঘৰ-বাৰী এৰি বানাক্ৰান্তই মাথাউৰিত আশ্ৰয় লোৱাৰ পিচতো প্ৰতিনিধিয়ে কোনা ধৰণৰ খা-খবৰ নকৰাৰ অভিযোগ বানাক্ৰান্তৰ ৷ সোমবাৰে জিলাখনৰ বানপানী হোৱা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷

Flood affected area visit fromer mla rana goswami
বানাক্ৰান্তৰ কাষত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী

যোৰহাট, 13 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ কৰ'ণা ভাইৰাছৰ সমান্তৰালভাৱে বানপানীৰ সংহাৰী ৰূপৰ বাবে জীয়াতু ভুগিব লগা হৈছে বানপীড়িত লোক ৷ যোৰহাট জিলাতো বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ জিলাখনৰ বিভিন্ন অঞ্চল পানীৰ তলত বুৰ গৈছে ৷ যাৰবাবে ঘৰ-বাৰী এৰি মাথাউৰিত আশ্ৰয় ল'ব লগা হৈছে বানপীড়িত ৰাইজে ৷

সোমবাৰে জিলাখনৰ বানপানী হোৱা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷ যোৰহাটৰ নিমাতি ঘাটৰ বহু কেইখন গাঁও পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে ৷ নিমাতিঘাট,ডাউনি গাঁও,চাৰি গাঁও চাপৰি লগতে কাষৰীয়া অঞ্চল সমূহৰ বানপানীৰ শেহতীয়া পৰিস্থিতি বুজ লয় প্ৰাক্তন বিধায়ক গৰাকীয়ে। ৷

উল্লেখযোগ্য যে,বিগত 4 টা দিন জিলাখনৰ বিভিন্ন অঞ্চল পানীৰ কবলত আছিল ৷ ঘৰ-বাৰী এৰি বানাক্ৰান্তই মাথাউৰিত আশ্ৰয় লোৱাৰ পিচতো প্ৰতিনিধিয়ে কোনা ধৰণৰ খা-খবৰ নকৰাৰ অভিযোগ বানাক্ৰান্তৰ ৷

লগতে পঢ়ক : আৰক্ষীসহ শিৱসাগৰত নতুনকৈ ৮ জন কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.