ETV Bharat / state

সপত্নীক তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত - PRAFULLA KUMAR MAHANTA

অসম গণ পৰিষদৰ দলীয় কৰ্মীৰ সৈতে মত বিনিময় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ দীৰ্ঘ দিনৰ মূৰত তিতাবৰ উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷

অসম গণ পৰিষদৰ দলীয় কৰ্মীৰ সৈতে তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত
author img

By

Published : Oct 20, 2019, 10:03 PM IST

যোৰহাট, 20 অক্টোবৰ: দেওবাৰে দীৰ্ঘ দিনৰ মূৰত তিতাবৰ উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । অসম গণ পৰিষদৰ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । কেবৰ বিৰোধীতা কৰাৰ লগতে বিজেপি দলে অসমত হাজাৰ হাজাৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী অনাৰ ব্যৱস্থা কৰিছে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে তেওঁ কাছাৰৰ কাগজ কল বন্ধ হোৱাক লৈ সৰব হৈ উঠে ৷ তেওঁ লগতে কয় যে অসমৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে তেওঁৰ পত্নী আৰু প্ৰাক্তন সাংসদ জয়শ্ৰী গোস্বামী মহন্ত ৷

অসম গণ পৰিষদৰ দলীয় কৰ্মীৰ সৈতে তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত
আৰু পঢ়ক: অৰুণাচলত আটক আলফা স্বাধীনৰ সদস্য

Intro:আজি দীৰ্ঘ দিনৰ মূৰত তিতাবৰ উপস্থিত হল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। অসম গণ পৰিষদ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।কেবৰ বিৰোধীতা কৰাৰ লগতে বিজেপি দলে অসমত হাজাৰ হাজাৰ বাংলাদেশী অনুপ্ৰৱেশৰ অনাৰ ব্যৱস্থা কৰিছে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । আৰু লগতে কয় যে কাছাৰৰ কাগজ কল বন্ধ হোৱাক লৈ সৰব হৈ উঠে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । আৰু লগতে কয় অসমৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ।Body:তিতাবৰ আজি নিজ দলৰ নেতা কৰ্মীৰ সৈতে মত বিনিময় মিলিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.