ETV Bharat / state

লোকসভা নিৰ্বাচন : চাহ শ্ৰমিকসকলৰ মনৰ কথা - লোকসভা নিৰ্বাচন

লোকসভা নিৰ্বাচনত ভোটহে দিব চাহ শ্ৰমিকে, কিন্তু নিবিচাৰে চৰকাৰী সাহাৰ্য্য

নিৰ্বাচনী বতাহ
author img

By

Published : Mar 20, 2019, 6:26 PM IST

যোৰহাট, 20 মাৰ্চ : লংকালৈ গ'লে সকলো ৰাৱণ হয় । এইয়া আমাৰ কথা নহয়, প্ৰতিটো নিৰ্বাচনতে ভোটবেংক হিচাপে ব্যৱহৃত হৈ অহা যোৰহাট চিনামৰা চাহ বাগিচাৰ মহিলা কৰ্মচাৰীসকলৰ ভাষ্য এইয়া ৷ নিৰ্বাচনক লৈ কি কলে শুনক তেওঁলোকৰ মুখৰেই ৷

নিৰ্বাচনী বতাহ

যোৰহাট, 20 মাৰ্চ : লংকালৈ গ'লে সকলো ৰাৱণ হয় । এইয়া আমাৰ কথা নহয়, প্ৰতিটো নিৰ্বাচনতে ভোটবেংক হিচাপে ব্যৱহৃত হৈ অহা যোৰহাট চিনামৰা চাহ বাগিচাৰ মহিলা কৰ্মচাৰীসকলৰ ভাষ্য এইয়া ৷ নিৰ্বাচনক লৈ কি কলে শুনক তেওঁলোকৰ মুখৰেই ৷

নিৰ্বাচনী বতাহ

লোক সভা নিৰ্বাচনত ভোটহে দিব, কিন্তু নিবিছাৰে চৰকাৰী সাহায্য।।কাকনো বুলিম ককা,সকলোৰে দাড়ী চুলি পকা।।

সমগ্ৰ ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ।।সকলো ৰাজনৈতিক দল ব্যস্ত ভোটৰ অংকত।মুঠৰ ওপৰত নিজৰ দলৰ  নিৰ্বাচিত প্ৰাৰ্থীক জয়ী কৰাব লাগিব।কিন্তু সাধাৰণ ভোটাৰ ৰাইজ   সংকিত ভোট দিব কাক।কাৰন সকলোবোৰ ৰাজনৈতিক দল একে।মুঠৰ ওপৰত নিৰ্বাচনৰ সময়য বিৰাট বিৰাট ৰাজনৈতিক নেতা সমূহ আহে ভোট ভিক্ষা কৰিবলৈ।ৰাজনৈতিক ক্ষেত্ৰত গূৰুত্বপুৰ্ণ ভুমিকা লোৱা চাহবাগিচাৰ মজদুৰ লোকসকলে।ব্যক্তিক্ৰম নহয় যোৰহাটৰ বিভিন্ন চাহ বাগিচাৰ লোক সকলো।যোৰহাট চিনামৰা চাহ বাগিচাৰ মহিলা ভোটাৰে এইবাৰ ভোট দি কিন্তু কোনো ৰাজনৈতিক দলৰ পৰা আশা নকৰে চৰকাৰী সুবিধা।কাৰন হেনো লংকালৈ গলে সকলো ৰাৱন হয়।

যোৰহাট চিনামৰা চাহ বাগিচাৰ মহিলা কৰ্মচাৰী সকলে কি কলে শুনক।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.