ETV Bharat / state

যোৰহাটতৰ দুখন হোটেলত পেইড কোৱাৰেণ্টাইন সুবিধা বন্ধ জিলা প্ৰশাসনৰ - paid quarantine

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে যোৰহাটত পেইড কোৱাৰেণ্টাইন সুবিধা বন্ধ কৰি হ'ল দুখনকৈ হোটেলত ।

district administration closed two paid quarantined hotel in jorhat

author img

By

Published : May 14, 2020, 8:27 PM IST

যোৰহাট, 14 মে': বৃহস্পতিবাৰে যোৰহাটত দুখনকৈ হোটেলত পেইড কোৱাৰেণ্টাইন সুবিধা বন্ধ কৰি দিলে জিলা প্ৰশাসনে । এম.ডিজ আৰু জৰা পেলেছত বন্ধ কৰি দিয়া হ'ল এই সুবিধা । দুয়োখন হোটেলতে পেইড কোৱাৰেণ্টাইনৰ সুবিধা বন্ধ কৰিবলৈ আহ্বান জনাইছিল আছুৱে । দুয়োখন হোটেল জনবসতিপূৰ্ণ এলেকাত থকা হেতুকেই আছুয়ে, হোটেল দুখনত সেই সুবিধা বন্ধ কৰি দিবলৈ আহ্বান জনাইছিল জিলা প্ৰশাসনক ।

আছুৰ আহ্বানত যোৰহাটত দুখন হোটেলত পেইড কোৱাৰেণ্টাইন সুবিধা বন্ধ জিলা প্ৰশাসনৰ

১২ মে'ৰ পৰা দেশৰ বিভিন্ন ঠাইৰ পৰা ৰাজ্যলৈ ৰে'লযোগে আহিছে বহু লোক । গুৱাহাটীৰ পাচতে এতিয়া উজনি অসমৰ ডিব্ৰুগড় লৈ আহিছে বিভিন্ন লোক । ইয়াৰোপৰি যোৰহাটৰ মৰিয়নীৰ ৰে'ল ষ্টেচনতো ১৩ মে'ৰ নিশা অৱতৰণ কৰে ৩৭ গৰাকী যাত্ৰীয়ে । ইতিমধ্যে লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাচত তেওঁলোকক হোম কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশনা প্ৰদান কৰিছে ।

লগতে পঢ়কঃ সম্পূৰ্ণ স্তব্ধ উত্তৰ-পূৱৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.