ETV Bharat / state

বিকল এটিএম, গ্ৰাহকৰ হাহাকাৰ - এচবিআই

বৰহোলাত চাৰিটা এটিএম আছে, এটা ইউবিআই বেংকৰ আৰু তিনিটা এচবিআইৰ কিন্তু এটাও ভাল নোহোৱাৰ বাবে বৰহোলাৰ ৰাইজে জীয়াতু ভূগিছে ।

বিকল এটিএম, গ্ৰাহকৰ হাহাকাৰ
author img

By

Published : May 2, 2019, 3:11 PM IST

যোৰহাট, 2 মে’: তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলাত পাঁচ দিন ধৰি এটিএম বিকল হৈ আছে ৷ কাণ সাৰ নাই বেংক কৰ্তৃপক্ষৰ । এটিএম বিকল হোৱাৰ পৰা গ্ৰাহকে জীয়াতু ভূগিছে । বৰহোলাত আজি পাঁচ দিন ধৰি এটিএম বিকল হোৱা বাবে গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ বৰহোলাত চাৰিটা এটিএম আছে, এটা ইউবিআই বেংকৰ আৰু তিনিটা এচবিআইৰ কিন্তু এটাও ভাল নোহোৱাৰ বাবে বৰহোলাৰ ৰাইজে জীয়াতো ভূগিছে ।

বিকল এটিএম, গ্ৰাহকৰ হাহাকাৰ

লগতে পঢ়ক: যুৱকক অপহৰণ , হাজিৰা কৰা পিতৃৰ পৰা আঢ়ৈ লাখ টকা দাবী

বহুত এটিএমৰ যান্ত্ৰিক বিজুতিৰ বাবে টকা এটিএমত লাগি ধৰে যাৰ ফলত গ্ৰাহকে টকা নাপায় ৷ পৰৱৰ্তী সময়ত এই বিষয়ে বেংকৰ পৰাও আশানুৰুপ সঁহাৰি লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গ্ৰাহক ৰাইজে ৷

Intro:তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলা আজি পাঁচ দিন ধৰি A T M বিকল হৈ আছে কিন্তু কান হাৰ নাই বেংক কৃৰ্তি পক্ষৰ । A T M বিকল হোৱাৰ পৰা গ্ৰাহকে জিয়াটো ভুকিছে। Body:বৰহোলাত আজি পাঁচ দিন ধৰি ATM বিকল হোৱা ৰ পৰা গ্ৰাহকৰ মাজত হাহাকাৰ বৰহোলা চাৰিটা A T M আছে এটা Ubi বেংকৰ তিনিটা Sbi কিন্তু এটাও ভাল ভাল নোহোৱা বাবে বৰহোলা ৰ ৰাইজে জীয়াতো ভূগিছে ।কাণ হাৰ নাই বেংক কৃৰ্তি পক্ষৰ। আৰু বহুত A T M যান্ত্ৰিক বিজুতিৰ বাবে টকা A T M লাগি ধৰে কিন্তু গ্ৰাহকে টকা নাপাই বেংকৰ তাত বাতি কৰি আছে বৰহোলা বেংক কৃত পক্ষৰ বিৰুদ্ধে অতি সোনকালে বৰহোলা Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.