ETV Bharat / state

Oil tanker accident: তিতাবৰৰ খৰিকটীয়াত দুৰ্ঘটনাগ্ৰস্ত ডিজেল ভৰ্তি টেংকাৰ

author img

By

Published : Feb 8, 2022, 6:06 PM IST

তিতাবৰৰ খৰিকটীয়াত ডিজেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত (Oil tanker accident in Titabor)। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে টেংকাৰখন । সোভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই দুৰ্ঘটনাত ।

Oil tanker accident
তিতাবৰৰ খৰিকটীয়াত দুৰ্ঘটনাগ্ৰস্ত ডিজেল ভৰ্তি টেংকাৰ

তিতাবৰ,৮ ফেব্ৰুৱাৰী : যোৰহাটৰ তিতাবৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । তিতাবৰৰ খৰিকটীয়াত সংঘটিত হৈছে এই দুৰ্ঘটনা । ধোদৰ আলিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে ডিজেল ভৰ্তি এখন টেংকাৰ (Oil tanker accident in Titabor)।

NL-০৭-AA-০৯৬৪ নম্বৰৰ টেংকাৰখনে ডিমাপুৰৰ পৰা মোককচাং জিলাৰ চাংকীলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয় । টেংকাৰখনৰ পৰা ডিজেল নিগৰিত হোৱাত কিছু সময়ৰ বাবে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয় । অৱশ্যে লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন । লক্ষণীয়ভাৱে এই দুৰ্ঘটনাত গুৰুতৰ আঘাতৰ পৰা কোনো মতে ৰক্ষা পৰে টেংকাৰ চালক আৰু হেণ্ডিমেন ।

লগতে পঢ়ক :Road Accident in Karbi Anglong: বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.