ETV Bharat / state

মাজুলিত অগ্নিকাণ্ডঃ জুইৰ লেলিহান শিখাত ভস্মীভূত দুটা বাসগৃহ - জুইৰ লেলিহান শিখাত

মাজুলিৰ দক্ষিণ আঁহত গুৰিত অগ্নিকাণ্ডত জাহ যায় মইনা দলেৰ দুটাকৈ বাসগৃহ ৷ কেইবা লাখ টকাৰ সম্পত্তি জাহ যায় অগ্নিকাণ্ডত ৷

Devastating fire guts two houses in Assam’s Majuli
মাজুলিত জুইৰ লেলিহান শিখাত ভস্মীভূত দুটাকৈ বাসগৃহ
author img

By

Published : May 10, 2020, 6:51 PM IST

মাজুলি, 10 মে' : দেওঁবাৰে মাজুলিৰ দক্ষিণ আঁহত গুৰিৰ ভেকেলি চাপৰিত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় ৷ চলাৰ প্ৰজেক্টৰ পৰা জুইৰ সূত্ৰপাত ঘটি নিমিষতে ভস্মীভূত হয় মনাই দলেৰ বাসগৃহ ৷ অগ্নি নিৰ্বাপক বাহিনীক খৱৰ দিছিল যদিও অঞ্চলটি মাজুলিৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰৱেশ অসম্ভৱ আছিল অঞ্চলটোত ৷

মাজুলিত জুইৰ লেলিহান শিখাত ভস্মীভূত দুটাকৈ বাসগৃহ

স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা চলাই যদিও জুইৰ লেলিহান শিখাত ভস্মীভূত হয় দুটাকৈ বাসগৃহ ৷ প্ৰায় কেইবা লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় পৰিয়ালটিৰ ৷

লগতে পঢ়ক : বৰ্তমানলৈকে কেৱল দুখন ট্ৰেইনৰ প্ৰৱেশৰ অনুমতি পশ্চিমবংগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.