ETV Bharat / state

চিনামৰা ৰে'ল গেটৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Sep 21, 2020, 2:22 PM IST

জুইৰ লেলিহান শিখাই নিমিষতে ভস্মীভূত কৰিলে চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

Devastating fire broke out at Chinamora of Jorhat
চিনামৰা ৰে'ল গেটৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড

যোৰহাট, 21 ছেপ্তেম্বৰঃ সোমবাৰে পুৱতি নিশা যোৰহাটৰ চিনামৰাৰ ৰে'ল গেটৰ সমীপত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ জুইৰ লেলিহান শিখাই নিমিষতে ভস্মীভূত কৰিলে চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

চৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ ৷ জুইত ভস্মীভুত হয় কেইবালাখ টকাৰ সম্পত্তি ৷

লগতে পঢ়কঃ বিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.