টীয়ক, 09 চেপ্তেম্বৰঃ টীয়ক চাহ বাগিচাত গণ প্ৰহাৰত মৃত্যু হোৱা ডাঃ দেবেন দত্তৰ পৰিয়ালৰ ঘৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোৰ দুখৰ সমভাগী হয় ৷ লগতে তেওঁ সমগ্ৰ ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ লগত জড়িত এজনো অপৰাধী যাতে সাৰি নাযায় তাৰ বাবে চৰকাৰ তথা আৰক্ষীক তদন্ত প্ৰক্ৰিয়া নিখুঁত কৰাৰ আহ্বান জনায় ।
ডাঃ দেবেন দত্তৰ পৰিয়ালৰ কাষত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া - গণ প্ৰহাৰ
টীয়ক চাহ বাগিচাত গণ প্ৰহাৰত মৃত্যু হোৱা ডাঃ দেবেন দত্তৰ পৰিয়ালৰ ঘৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোৰ দুখৰ সমভাগী হয় ৷
Devabrata Saikia
টীয়ক, 09 চেপ্তেম্বৰঃ টীয়ক চাহ বাগিচাত গণ প্ৰহাৰত মৃত্যু হোৱা ডাঃ দেবেন দত্তৰ পৰিয়ালৰ ঘৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোৰ দুখৰ সমভাগী হয় ৷ লগতে তেওঁ সমগ্ৰ ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ লগত জড়িত এজনো অপৰাধী যাতে সাৰি নাযায় তাৰ বাবে চৰকাৰ তথা আৰক্ষীক তদন্ত প্ৰক্ৰিয়া নিখুঁত কৰাৰ আহ্বান জনায় ।
Intro:Body:প্ৰয়াত চিকিৎসক দেবেন দত্তৰ বাসগৃহত দেবব্ৰত শইকীয়া/ NRC সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ
TEOK:টীয়ক চাহ বাগিচাত ৩১ আগষ্টত সংঘটিত ঘটনাত উত্তেজিত শ্ৰমিকৰ প্ৰহাৰত কৰুণ মৃত্যুক সাৱতি লোৱা চিকিৎসক ডাঃ দেবেন দত্তৰ টীয়ক জগদুৱাৰস্হিত বাসগৃহত সোমবাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হয়হি অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া । তেওঁ সমগ্ৰ ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰে জড়িত এজনো অপৰাধী যাতে সাৰি নাযায় তাৰ বাবে চৰকাৰ তথা আৰক্ষীক তদন্ত প্ৰক্ৰিয়া নিখুঁত কৰাৰ আহ্বান জনায়।সাংবাদিকে NRC সম্পৰ্কে প্ৰশ্ন সোধাত দলপতিগৰাকীয়ে NRC খনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।কংগ্ৰেছে যিহেতু অসমচুক্তি আৰু NRC আৰম্ভ কৰিছিল আৰু ইমান দিন আৰু টকা পইচা খৰচৰ বিনিময়ত এতিয়া এখন NRC প্ৰস্তুত হৈছে সেয়ে এই NRC খন কোনো কাৰণতে প্ৰত্যাখান নকৰে কংগ্ৰেছে বুলি মন্তব্য কৰিছে।Conclusion: