যোৰহাট,9 মাৰ্চঃ দেওবাৰে নিশা যোৰহাটৰ নিমাতি ৰোডত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী মেজিক আৰু বাইকৰ মুখামুখী সংঘৰ্ষ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত দিব্যজ্যোতি দাস নামৰ কনিষ্টবলজন গুৰুৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ততালিকে তেখেতক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে দিব্যজ্যোতি দাসক । দিব্যজ্যোতি দাসৰ ঘৰ যোৰহাটৰ জানখনাত বুলি জানিব পৰা গৈছে ।
যোৰহাটৰ পথ দুৰ্ঘটনাত নিহত আৰক্ষী কনিষ্টবল - যোৰহাটৰ নিমাতি ৰোড পথ দুৰ্ঘটনা
যোৰহাটৰ নিমাতি ৰোডত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী মেজিক আৰু বাইকৰ মুখামুখী সংঘৰ্ষ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷
![যোৰহাটৰ পথ দুৰ্ঘটনাত নিহত আৰক্ষী কনিষ্টবল Constable death at Jorhat Road Accident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6346718-thumbnail-3x2-j.jpg?imwidth=3840)
যোৰহাটৰ পথ দুৰ্ঘটনাত নিহত আৰক্ষী কনিষ্টবল