যোৰহাট, 2 ডিচেম্বৰঃ নিবনুৱাৰ বাবে সুখবৰ ৷ সোমবাৰে কাজিৰঙা বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন কৰে ৷ এচ.কে.এফ নামৰ বহুজাতিক কোম্পানী এটাৰ সহযোগত যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ে এই সূদূৰ প্ৰসাৰী আঁচনি হাতত লয় ।
উল্লেখ্য যে, এই কেন্দ্ৰটোত বিনামূলীয়াকৈ যুৱক যুৱতী সকলক দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ মেৰামটিৰ প্ৰশিক্ষণ দিয়া হ'ব । এই প্ৰশিক্ষণৰে যুৱক-যুৱতী সকলে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত সংস্থাপিত কৰা হ'ব ৷
যোৰহাটত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দক্ষতা বিকাশ কেন্দ্ৰ
কাজিৰঙা বিশ্ববিদ্যালয়ৰ এই পদক্ষেপে বহু নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ বাট মুকলাই দিব ।
যোৰহাট, 2 ডিচেম্বৰঃ নিবনুৱাৰ বাবে সুখবৰ ৷ সোমবাৰে কাজিৰঙা বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন কৰে ৷ এচ.কে.এফ নামৰ বহুজাতিক কোম্পানী এটাৰ সহযোগত যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ে এই সূদূৰ প্ৰসাৰী আঁচনি হাতত লয় ।
উল্লেখ্য যে, এই কেন্দ্ৰটোত বিনামূলীয়াকৈ যুৱক যুৱতী সকলক দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ মেৰামটিৰ প্ৰশিক্ষণ দিয়া হ'ব । এই প্ৰশিক্ষণৰে যুৱক-যুৱতী সকলে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত সংস্থাপিত কৰা হ'ব ৷
Body:*কাজিৰঙা বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে দক্ষতা বিকাশ কেন্দ্ৰ// লাভান্বিত হব শ শ নিবনুৱা//*
এচ কে এফ নামৰ বহুজাতিক কোম্পানীটোৰ সহযোগত যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ে হাতত ললে এক সূদুৰপ্ৰসাৰী আচনি। নিবনুৱা সকলক সংস্থাপনৰ লক্ষৰে স্থাপন কৰিলে এক দক্ষতা বিকাশ কেন্দ্ৰ। এই কেন্দ্ৰটো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখ্য যে এই কেন্দ্ৰটোত বিনামূলীয়াকৈ যুৱক যুৱতী সকলক প্ৰশিক্ষণ দিয়া হব দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ মটৰ মেকানিক।আৰু সংস্থাপিত হব পাৰিব বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত....
BITE=1= প্ৰ' চেঞ্চেলৰ বসন্ত খৈতাণ
Conclusion:কাজিৰঙা বিশ্ববিদ্যালয়ৰ এই পদক্ষেপে বহু নিবনুৱা যূৱক যূৱতীক সংস্হাপনৰ বাট মুকলাই দিব।