ETV Bharat / state

যোৰহাটত জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

জনগোষ্ঠীটোক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান আৰু জনজাতিকৰণ নামত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ দাবীত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোৱে ৷

author img

By

Published : Sep 19, 2020, 5:29 PM IST

chutia organization protest for rights at jorhat
যোৰহাটত জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

যোৰহাট,19 চেপ্তেম্বৰঃ শনিবাৰে যোৰহাটত পূৰ্ণ স্বায়ত্ব শাসিত পৰিষদ প্ৰদান আৰু জনজাতিকৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী চুতীয়া ছাত্র সন্থাৰ ৷ প্ৰতিবাদকাৰী সকলৰ দাবী ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা অসমত বসবাস কৰা চুতীয়া জনগোষ্ঠীৰ লোকসকলে দেশে স্বাধীনতা লাভ কৰা সাত দশক অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত আৰ্থিক,সামাজিক,শৈক্ষিক আৰু ৰাজনৈতিক সকলো দিশতে অতি পিছপৰি আছে।

উল্লেখযোগ্য যে,কোনো এখন চৰকাৰে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধান কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ শেহতীয়াকৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে নিৰ্বাচনৰ পূৰ্ৱে স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাৰ হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত জনগোষ্ঠীটোক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান আৰু জনজাতিকৰণ নামত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ দাবীত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোৱে।

আনহাতে প্ৰতিবাদ স্থলীৰ পৰা জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে ছাত্ৰ সংগঠনটোৱে। অতি শীঘ্ৰে জনগোষ্ঠীটোৰ দাবী পূৰণ নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ চুতীয়া ছাত্র সন্থাৰ ।

লগতে পঢ়কঃ বাক্সাত বন্দুকসহ আটক চাৰি চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.