ETV Bharat / state

অসম শিশু সুৰক্ষা আয়োগৰ উদ্যোগত যোৰহাটত পালন শিশু সুৰক্ষা দিৱস

author img

By

Published : Mar 4, 2020, 6:34 PM IST

Updated : Mar 4, 2020, 6:42 PM IST

অসম কৃষি বিশ্ববিদ্যালয়ৰ এম চি দাস মেম’ৰিয়েল প্ৰেক্ষাগৃহত অসম শিশু সুৰক্ষা আয়োগৰ দ্বাৰা শিশু সুৰক্ষা দিৱস পালন কৰা হয় ৷ আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতিয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে অনুষ্ঠানটো ৷ শিশু সুৰক্ষাক মুখ্য বিষয়বস্তু হিচাপে আয়োজন কৰা অনুষ্ঠানটোত অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী ৰেপ্লিকাই শিশু শ্ৰমিক বিষয়ক এখনি নাটক প্ৰদৰ্শন কৰে ৷

Children protection day celebration by assam child protection commission Jorhat assam etv bharat news
শিশু সুৰক্ষা দিৱস

যোৰহাট,4 মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ এম চি দাস মেম’ৰিয়েল প্ৰেক্ষাগৃহত অসম শিশু সুৰক্ষা আয়োগৰ দ্বাৰা শিশু সুৰক্ষা দিৱস পালন কৰা হয় ৷ আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতিয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে ৷ শিশু সুৰক্ষাক মুখ্য বিষয়বস্তু হিচাপে আয়োজন কৰা অনুষ্ঠানটোত অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী ৰেপ্লিকাই শিশু শ্ৰমিক বিষয়ক এখনি নাটক প্ৰদৰ্শন কৰে ৷

যোৰহাটত পালন শিশু সুৰক্ষা দিৱস

লগতে চাওকঃশিৱসাগৰৰ আহানা শিশুগৃহত পালন শিশু সুৰক্ষা দিৱস

Last Updated : Mar 4, 2020, 6:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.