যোৰহাট,4 মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ এম চি দাস মেম’ৰিয়েল প্ৰেক্ষাগৃহত অসম শিশু সুৰক্ষা আয়োগৰ দ্বাৰা শিশু সুৰক্ষা দিৱস পালন কৰা হয় ৷ আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতিয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে ৷ শিশু সুৰক্ষাক মুখ্য বিষয়বস্তু হিচাপে আয়োজন কৰা অনুষ্ঠানটোত অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী ৰেপ্লিকাই শিশু শ্ৰমিক বিষয়ক এখনি নাটক প্ৰদৰ্শন কৰে ৷
অসম শিশু সুৰক্ষা আয়োগৰ উদ্যোগত যোৰহাটত পালন শিশু সুৰক্ষা দিৱস - অসম কৃষি বিশ্ববিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয়ৰ এম চি দাস মেম’ৰিয়েল প্ৰেক্ষাগৃহত অসম শিশু সুৰক্ষা আয়োগৰ দ্বাৰা শিশু সুৰক্ষা দিৱস পালন কৰা হয় ৷ আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতিয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে অনুষ্ঠানটো ৷ শিশু সুৰক্ষাক মুখ্য বিষয়বস্তু হিচাপে আয়োজন কৰা অনুষ্ঠানটোত অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী ৰেপ্লিকাই শিশু শ্ৰমিক বিষয়ক এখনি নাটক প্ৰদৰ্শন কৰে ৷
শিশু সুৰক্ষা দিৱস
যোৰহাট,4 মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ এম চি দাস মেম’ৰিয়েল প্ৰেক্ষাগৃহত অসম শিশু সুৰক্ষা আয়োগৰ দ্বাৰা শিশু সুৰক্ষা দিৱস পালন কৰা হয় ৷ আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতিয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে ৷ শিশু সুৰক্ষাক মুখ্য বিষয়বস্তু হিচাপে আয়োজন কৰা অনুষ্ঠানটোত অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী ৰেপ্লিকাই শিশু শ্ৰমিক বিষয়ক এখনি নাটক প্ৰদৰ্শন কৰে ৷
Last Updated : Mar 4, 2020, 6:42 PM IST